Skip to content

দিনজোৰা কাৰ্যসূচীৰে উত্তৰ অসমত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা

দিনজোৰা কাৰ্যসূচীৰে উত্তৰ অসমত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা।বিহালীৰ কালীমন্দিৰত মুখ্যমন্ত্ৰী।গংমৌ থানলৈও যায় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা। বটিয়ামাৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। মা কল্যাণী মন্দিৰলৈ যায় মুখ্যমন্ত্ৰীগৰাকী।

Read more

কাগজ কলৰ কৰ্মচাৰীসকল আজি উৎফুল্লিত।

৫৭০ কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।কাগজ কলৰ কৰ্মচাৰীৰে বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ।দুমাহৰ ভিতৰত মোকলাই দিয়া হ’ব ৫৭০ কোটি টকা।ইয়াৰোপৰি ৫৮ বছৰৰ উৰ্ধৰ কৰ্মচাৰীসকলে লাভ কৰিব পেঞ্চন।কাগজ কলৰ চিকিৎসক, চিকিৎসা কৰ্মীয়ে লাভ কৰিব নিযুক্তি।আৱাসগৃহ খালী কৰিলেহে লাভ কৰিব এই…

Read more

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক।

৩০ ছেপ্টেম্বৰত ধেমাজিত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব দিছপুৰৰ বাহিৰত।সেই উপলক্ষে সাজু কৰি তোলা হৈছে ধেমাজিৰ আৱৰ্ত ভৱন।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মুঠ ১১ জন মন্ত্ৰী থাকিব এই আৱৰ্ত ভৱনত।মুখ্যমন্ত্ৰীকে আদি…

Read more

ৰাজ্যত বৃদ্ধি ইন্ধনৰ মূল্য

ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। মঙলবাৰে নিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ ইন্ধনৰ মূল্য বৃদ্ধি পাইছে।প্ৰতিলিটাৰত পেট্ৰ’লত ২০ পইচা আৰু ডিজেলত ২৫ পইচাকৈ বৃদ্ধি হৈছে।

Read more

খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

পূজাৰ পাছত খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান।১৯অক্টোবৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ কথা ঘোষণ কৰিলে শিক্ষামন্ত্ৰীয়ে।১৯অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আৰম্ভ হব পাঠদান।সপ্তাহত তিনিদিনকৈ হব পাঠদান।১অক্টোবৰৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ আৰম্ভ হব পাঠদান।

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি। বিশ্ববিদ্যালয়ৰ ৱেবছাইটত দিয়া এক জাননীযোগে এই কথা প্ৰকাশ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

Read more

মাজুলীৰ বিধায়ক পদ এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ সৰ্বানন্দ সোণোৱালৰ৷ সোমবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ প্ৰমাণপত্ৰ লোৱাৰ পিছত মঙলবাৰে বিধায়ক পদ এৰিলে সৰ্বানন্দ সোণোৱালে।

Read more

গুৱাহাটী মহানগৰত পুনৰ অনুষ্ঠিত হ’ব মেগা টিকাকৰণ অভিযান ।

গুৱাহাটী মহানগৰত পুনৰ অনুষ্ঠিত হ’ব মেগা টিকাকৰণ অভিযান । ২ অক্টোবৰত ৪২,০০০ পালি ক’ভিড টিকাকৰণৰ লক্ষ্য চৰকাৰৰ। ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ উপায়ুক্তৰ।

Read more

অসমৰ ৫টা সমষ্টিত উপ নিৰ্বাচনৰ দিন ঘোষণা।

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমৰ উপ নিৰ্বাচনৰ দিন। ৫টা সমষ্টিত হ’ব উপ নিৰ্বাচন।গোসাঁইগাঁও,ভবানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাউৰাত হ’ব উপ নিৰ্বাচন।অহা ৩০ অক্টোবৰত ভোটগ্ৰহণ কৰা হ’ব।তাৰপাছত ২ নবেম্বৰত হ’ব ভোটগণনা।

Read more
Back To Top