Skip to content

পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ বেংক কৰ্মচাৰীসকলৰ!

২৩, ২৪ ফেব্ৰুৱাৰীত পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ বেংক কৰ্মচাৰীসকলৰ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েচনকে ধৰি বেংক কৰ্মচাৰীৰ একত্ৰিত সংগঠনে বেংক ধৰ্মঘট ঘোষণা কৰে। সমগ্ৰ দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচীত।…

Read more

জনপ্ৰিয়তাৰ শীৰ্ষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

জনপ্ৰিয়তাৰ শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।দেশৰ বিজেপি শাসিত ৰাজ্যৰ মুখ্য়মন্ত্ৰীসকলক চেৰ পেলালে হিমন্ত বিশ্ব শৰ্মাই।বিজেপি শাসিত ৰাজ্যৰ মুখ্য়মন্ত্ৰীসকলতকৈ সবাটোকৈ জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা।যোগী আদিত্যনাথক চেৰ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয়তাৰ শীৰ্ষত। ড০ হিমন্ত বিশ্ব শৰ্মাৰ কামক লৈ…

Read more

ক’ভিডৰ মাজতে আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা

ক'ভিডৰ মাজতে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা।জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন।পাহাৰৰ পৰা ভৈয়ামলৈ মামা-মামী হ'ত নামি আহি আৰম্ভ কৰিছে বিনিময় প্ৰথা।পুৱতি নিশাৰে পৰা আৰম্ভ কৰিছে বিনিময় প্ৰথা।ক'ভিডৰ বাবে অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে জোনবিল মেলা।

Read more

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাকৰি প্ৰাৰ্থীৰ প্ৰতিবাদ

উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ।কনিষ্টবলৰ পৰীক্ষাৰ কাট অফ মাৰ্কৰ ক্ষেত্ৰত সৃষ্টি হৈছে বিসংগতি।ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা চাকৰি প্ৰাৰ্থীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।পূৰ্বে প্ৰকাশিত বিজ্ঞাপনত ১টা পদৰ বিপৰীতে ৫ জন প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহিবলৈ মতাৰ কথা আছিল। কিন্তু এতিয়া…

Read more

২৪জানুৱাৰীত প্ৰদান কৰা হ’ব ৰাজ্যৰ তিনিওটা অসামৰিক সন্মান

২৪ জানুৱাৰীত প্ৰদান কৰা হ'ব ৰাজ্যৰ তিনিওটা সৰ্বোচ্চ অসামৰিক সন্মান।সেই কেইটা হৈছে ক্ৰমে-অসম বৈভৱ,অসম গৌৰৱ আৰু অসম সৌৰভ,এই সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে।

Read more

গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে উদ্ভৱ ভৰালীৰ জামিন আবেদন

গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে উদ্ভৱ ভৰালীৰ জামিন আবেদন। কেচ ডায়েৰী চোৱাৰ পিছত বৃহস্পতি বাৰে নাকচ কৰে জামিন আবেদন।ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনাৰ পিছত আদালতৰ এই সিদ্ধান্ত। ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল।

Read more

লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত অহা ২৪ জানুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰিব অসম সৌৰভ বঁটা।সেই অনুসৰি অসম চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে নিমন্ত্ৰণী পত্ৰ দিবলৈ বৃহস্পতিবাৰে নিশা লাভলীনা বৰগোহাঁইৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।প্ৰথমবাৰৰ…

Read more

অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ

অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসগৃহত মিলিত হোৱা বৈঠকত অসম-মেঘালয় সীমা সমস্যাৰ প্ৰতিবেদন দাখিল কৰে।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৰীক্ষা কৰিব ৰিজিঅ'নেল কমিটীৰ প্ৰতিবেদন। ২৬ জানুৱাৰীৰ পিছত পুনৰ গৃহমন্ত্ৰীৰে অনুষ্ঠিত হ'ব বৈঠক। এই বৈঠকৰ পিছতেই কেন্দ্ৰীয় গৃহ বিভাগে…

Read more

ৰাজ্যৰ ১০ খন মহাবিদ্য়ালয়ত স্থাপন কৰা হ’ব বিজ্ঞান আৰু বাণিজ্য় শাখা

ৰাজ্যৰ ১০ খন মহাবিদ্য়ালয়ত স্থাপন কৰা হ'ব বিজ্ঞান আৰু বাণিজ্য় শাখা।মৰিগাওঁ কলেজ,শুৱালকুছি কলেজ,ধেমাজিৰ মৰিধল কলেজ,ভৱানীপুৰৰ ভৱানীপুৰ কলেজ,বিটিএডিৰ শালবাৰী কলেজ,ডিব্ৰুগড়ৰ টিংখাং কলেজ,শোণিতপুৰৰ তেজপুৰ কলেজ,বাসুগাওঁ কলেজ,বি বি কিসাণ কলেজ আৰু মাধৱ চন্দ্ৰ দাস কলেজ।

Read more

শিলচৰত স্থাপন কৰা হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা

শিলচৰত স্থাপন কৰা হ'ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা।২১৪ কোটি টকা ব্যয় কৰি স্থাপন কৰা হ'ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা।য'ত জীৱ জন্তুৱে কৰিব পাৰিব মুক্ত বিচৰণ।বাহিৰৰ দেশৰ দৰে দৰ্শকে বিশেষ বাহনেৰে দৰ্শণ কৰিব পাৰিব চিৰিয়াখানাৰ সৌন্দৰ্য।

Read more
Back To Top