Skip to content

জবমেলাৰ পৰিণতি- দক্ষতা, নিয়োগ বিভাগৰ দুগৰাকী বিষয়াক নিলম্বিত

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল চাকৰিৰ মেলা। কিন্তু এই নিয়োগ মেলাৰ নামত শিক্ষিত যুৱক-যুৱতীৰ সৈতে ল’ৰা ধেমালী কৰাৰ অভিযোগ উত্থাপিত হৈছিল সৰ্বত্ৰ। ছচিয়েল মিডিয়াতো ব্যাপক ভাবে সমালোচিত হয় ৰাজ্য চৰকাৰৰ এই জবমেলা। ৰান্ধনী, বাচন ধোৱা, কাপোৰ…

Read more

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে শুভ উদ্ধোধন কৰে অটল উদ্যান নামেৰে এখন পাৰ্ক।

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে শুভ উদ্ধোধন কৰে অটল উদ্যান নামেৰে এখন পাৰ্ক।মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্মিত উক্ত উদ্যান খন অবস্থিত আদাবাৰীত।অটল বিহাৰী বাজপেৰ জন্মদিন উপলক্ষ্যে তেওঁৰ নামত উচৰ্গা কৰে উক্ত উদ্যানখন।

Read more

আদাবাৰীত অটল উদ্যান নামৰ এখন পাৰ্ক উদ্ধোধন কৰা হয়।

অটল উদ্যান নামেৰে নামাকৰণ কৰা অনুস্থানত উপস্থিত থাকে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ শ্ৰী যুত নাৰায়ন ডেকা।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱে শুভ উদ্ধোধন কৰে উক্ত উদ্যানখন।

Read more

অভাৱী লোকৰ মনোৰঞ্জনৰ একমাত্ৰ আহিলা ৰেডিঅ’।

আকাশবাণী গুৱাহাটী। মিডিয়াম ৱেভৰ ৪১১.৫ মিটাৰত আপোনালোকে শুনি অহা.. সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, উপন্যাস পাঠ, আইদেউৰ বুলনি, অকণিৰ মেল, ৰস-ৰচনা, কৃষিজগত, নাটক, পুৱাৰ বন্দনাৰ পৰা ধৰি আঞ্চলিক বাতৰি আদি। অতীত হৈ পৰিব নেকি সকলোৰে পৰিচিত এই শব্দবোৰ। কালৰ বুকুত হেৰাই…

Read more

গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত ভৰলু বচাও অভিযানৰ এক অনুষ্ঠান

গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত আজি ভৰলু বচাও অভিযানৰ এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানটোত ভৰলু বচাও শীৰ্ষক গীত এটি মুকলি কৰা হয়। গীতটো মুকলি কৰে বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞাই। গীতটো সৰ্বাংগসুন্দৰ, অৰ্থবহ হোৱা বুলি তেওঁ উল্লেখ কৰে। এনে ধৰণৰ গীত…

Read more

৪,৫ গৰাকী বিৰোধী বিধায়ক নতুন বছৰত বিজেপি দললৈ যোৱাৰ সম্ভাৱনা

ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস বিজেপি দলৰ প্ৰতি আকৃষ্ট হোৱাৰ পিছত আকৌ ৪, ৫ জন বিধায়ক সাজু হৈছে বিজেপিত যোগদান কৰিবলৈ। শুকুৰবাৰে এই কথা জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সমগ্ৰ ৰাজ্যখনৰ পৰা চাৰি পাঁচগৰাকী বিধায়ক আহিব বুলি মন্তব্য…

Read more

বৃহস্পতি বাৰে সদনত গৃহীত হ’ল অসম পৌৰ নিগম বিল ২০২১

এই বিলখনৰ জৰিয়তে পৌৰ নিগম বিভাগক প্ৰয়োজনত ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা দিছে। এতিয়াৰ পৰা পৌৰসভাৰ ৫০% আসন মহিলাৰ বাবে সংৰক্ষিত থাকিব। পূৰ্বতে এটা ৱাৰ্ড মহিলাক ৫ বছৰৰ বাবে দিয়া হৈছিল বৰ্তমান ১০ বছৰৰ বাবে সময়সীমা বঢ়োৱা হৈছে অৰ্থাৎ এটা…

Read more

সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিক ১০,০০০ টকাকৈ জৰিমণা বিহিলে অসম আৰক্ষীয়ে

সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিৰ প্ৰতি কঠোৰ হৈছে মহানগৰ আৰক্ষী। যোৱা নিশা সুৰপান কৰি গাড়ী চলোৱা অপৰাধত ২৬ জন লোকৰ আৰক্ষীয়ে লাইচেন্স জব্দ কৰে লগতে প্ৰত্যেক জনকে ১০,০০০/- টকা জৰিমনা বিহে।

Read more

মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ পিষ্টল চুৰি কৰা অসমৰ যুৱকক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ

কামাখ্যাত পূজা দিবলৈ অহা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াগৰাকী ৰে’লেৰে কলকাতালৈ ঘূৰি যোৱাৰ সময়তে বুধবাৰে পুৱা কোচবিহাৰ ষ্টেচনত নিৰাপত্তাৰক্ষীগৰাকীৰ পৰা চোৰে লুটি নিয়ে টকা, দুটা পিষ্টল আৰু মোবাইল ফোন। কোচবিহাৰ ষ্টেচনত থকা চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে দীপক সাহা…

Read more
Back To Top