skip to Main Content

আজি ৰূপনগৰ LP স্কুলত ড্ৰাগচৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়

আজি ৰূপনগৰ LP স্কুলত ড্ৰাগচৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়।সৰু সৰু ল'ৰা-ছোৱালী সকলৰ মাজত এই প্ৰৱনতা বৰকৈ দেখিবলৈ পোৱা যায়।শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকল যাতে সজাগ হয় তাৰ বাবেই অনুষ্ঠিত উক্ত সজাগতা সভাখন।

Read More

আজিৰে পৰো ১২ৰ পৰা ১৪ বছৰৰ কিশোৰ- কিশোৰী সকলৰ মাজত প্ৰদান কৰা হৈছে কৰ্বেভেক্স।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্ধোধন কৰে ক'ভিড প্ৰতিষেধক অভিযান।২০১০চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১৩.৪৬ গৰাকী কিশোৰ-কিশোৰীক প্ৰদান কৰা হ'ব কৰ্বেভেক্স ভেকচিন।

Read More

আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা।সৰ্বমুঠ ৯০৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা।সৰ্বমুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,৩১,১৩২ গৰাকী।২১ গৰাকী দৃষ্টিহীন আৰু ৪৬গৰাকী মুকবধিৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত।এইবাৰ সন্নিবিষ্ট কৰা তিনিটা নতুন ভাষাৰ ওপৰত পৰীক্ষা দিছে পৰীক্ষাৰ্থীসকলে।সম্পূৰ্ণ…

Read More

আজি গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় International Open Grandmasters Chess Tournament

আজি গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় International Open Grandmasters Chess Tournament।এই Chess Tournamentখনৰ শুভ আৰম্ভণি কৰে ক্ৰিড়া মন্ত্ৰী বিমল বৰাই।

Read More

চকুলো টুকি সংবাদ মেল টেট উত্তীৰ্ণ শিক্ষকৰ

চকুলো টুকি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল টেট উত্তীৰ্ণ শিক্ষকৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা দি , কথা নাৰাখিলে ৬৬৭ গৰাকী শিক্ষকৰ বলিপঠা হল ইউনিক আই ডি প্ৰাপ্ত বিশেষ টেট উত্তীৰ্ণ শিক্ষক।২০০৩ চনৰ পৰাই সৰ্বশিক্ষা অভিযান মিছনৰ যোগেদি শিক্ষক হিচাপে সেৱা…

Read More

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মেট্ৰিকক লৈ ছেৱাই লোৱা সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ

পুৰণি প্ৰশ্নকাকত আৰু পুৰণি উত্তৰবহীৰে উচ্চ মাধ্যমিক আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰি "ছেবা"ই অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰিবলৈ লোৱা সিদ্ধান্তক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে আৰু অসমৰ ছাত্ৰ-ছাত্ৰীৰ মূৰখোৱা এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰি নতুন…

Read More

কটন বিশ্ববিদ্যালয়ত নাৰী দিৱস উদযাপন

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।দেশ-বিদেশৰ লগতে গুৱাহাটী কটন বিশ্ববিদ্যালয়ত নাৰী দিৱস উদযাপন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।

Read More

অসম সৰ্বশিক্ষা অভিযান মিচনৰ অন্তৰ্গত জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী সংবাদমেল

জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী সন্থাৰ সংবাদ মেল।অসম সৰ্বশিক্ষা অভিযান মিচনৰ অন্তৰ্গত এই সকল শিক্ষাকৰ্মী ।৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশু শ্ৰমিকক শিক্ষা দান কৰে।২০০৩ চনৰ পৰা বৰ্তমানলৈ কৰি আহিছে শিক্ষাদান ।মাহিলী পৰিশ্ৰমিক বৃদ্ধি কৰাৰ দাবী। শিক্ষাকৰ্মী সকলৰ স্থায়ী নিযুক্তি দিয়াৰ দাবী।

Read More

NSUI প্ৰতিবাদ ৰাজীৱ ভৱনত

আজি ৰাজীৱ ভৱনত NSUI প্ৰতিবাদ কৰে।বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি প্ৰতিবাদ এচাম ছাত্ৰ-ছাত্ৰীৰ।ইউক্ৰেইন আৰু ৰাছিয়া মাজত চলি থকা যুদ্ধৰ বাবে ভাৰত ছাত্ৰ-ছাত্ৰী সকল আবদ্ধ হৈ আছে।তেওঁলোকক উভতাই আনিবলৈ প্ৰতিবাদ।

Read More

আজি অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ কণিষ্টবলৰ লিখিত পৰীক্ষা।

আজি অনুষ্ঠিত হ'ল অসম আৰক্ষীৰ কণিষ্টবলৰ লিখিত পৰীক্ষা।অসম আৰক্ষীৰ ৯,০১৭টা পদৰ বাবে অনুষ্ঠিত হ'ল লিখিত পৰীক্ষা।কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ল পৰীক্ষা।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত আছিল জামাৰ।জামাৰৰ জৰিয়তে পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে থকা মোবাইল নেটৱৰ্ক বিকল কৰা হৈছিল।ছেবা আৰু অসম-আৰক্ষীয়ে যুতীয়া ভাৱে অনুষ্ঠিত…

Read More
Back To Top