অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে হ’ব লিখিত পৰীক্ষা,পৰীক্ষা কেন্দ্ৰত কঠোৰ নীতি-নিয়মৰ মাজেৰে পৰীক্ষাৰ্থীসকল প্ৰবেশ কৰিব লাগিব
২০ ফেব্ৰুৱাৰী দেওবাৰে অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা। মুঠ ৯০১৭ টা পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা ।দেওবাৰৰ ৰাজ্যৰ মুঠ ৮ খন জিলাৰ ৭৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।এই পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি নহয় তাৰ…