skip to Main Content

জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰাৰ হুংকাৰ

Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ মুছলিম ছাত্ৰ সন্থাৰ। মাদ্ৰাছা আৰু মছজিদত পতাকা উত্তোলন কৰাটো বাধ্যতামূলক বুলি জনায় মুছলিম ছাত্ৰ সন্থাই।

Read More

বিদ্যালয় গৃহৰ বাহিৰত প্ৰাৰ্থনা বন্ধ

ৰাজ্যৰ শিক্ষা বিভাগৰ এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা বিদ্যালয় গৃহৰ বাহিৰত পুৱাৰ প্ৰাৰ্থনা কৰা বন্ধ। কিছুদিন পূৰ্বে পুৱা প্ৰাৰ্থনা কৰোতে এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ ঘটনাৰ বাবে শিক্ষা বিভাগৰ এই নিৰ্দেশ।

Read More
Education Department

শিক্ষা বিভাগত বৃহৎ সালসলনি

কেবিনেটত শিক্ষা বিভাগক লৈ বৃহৎ সালসলনি। চৰকাৰী বিদ্যালয়ত নাথাকিব ল'ৰা আৰু ছোৱালীৰ পৃথক বিদ্যালয়। তাৰোপৰি তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু ইংৰাজী বিষয় ইংৰাজী মাধ্যমত অধ্যয়ন কৰিবলৈ লাগিব।

Read More

UPSCৰ পৰীক্ষাত অসমৰ দুগৰাকী পৰীক্ষাৰ্থীৰ স্হান লাভ

UPSCৰ পৰীক্ষাত অসমৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে স্হান লাভ কৰে।উত্তীৰ্ণ হৈছে মুঠ ৬৮৫গৰাকী পৰীক্ষাৰ্থী।৫০৬ নম্বৰ স্হানত জিলিকিল অসমৰ শিল্পা খনিকৰ আৰু ৬৩৯নম্বৰত উজলিল অসমৰ দেৱজ্যােতি বৰ্মন।

Read More

পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান

পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান।বন্তি প্ৰজলন তথা পতাকা উত্তোলনেৰে শুভাৰম্ভনী কৰে ললিত কলিতা দেৱৰ লগতে ৰীণা ডেকা তত্বাৱধায়ক মুক্ত বৰলুইত।বিভিন্ন গণ্যমান্য ব্যক্তিৰ সাৰুৱা ভাষণৰ লগতে অনুষ্ঠিত কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ।উক্ত অনুষ্ঠানৰ লগত সংগতি…

Read More
Back To Top