Skip to content

IPLৰ নতুন স্পনচৰ,এইবাৰ VIVO আঁতৰি আহিল টাটা


IPLৰ নতুন টাইটেল স্পনচৰ হ’ব টাটা।২০২৩ বৰ্ষত IPLৰ টাইটেল স্পনচৰৰ ৰূপত টাটা। VIVO IPLৰ পৰিৱৰ্তে টাটা IPL ৰূপে জনা যাব।এই তথ্য সদৰি কৰে IPLৰ চেয়াৰমেন বৃজেশ পেটেলে।২০১৮ ৰ পৰা IPLৰ টাইটেল স্পনচৰ হৈ আছিল VIVO।

Back To Top