Ahead of the third phase of elections, police in Basugaon, Chirang, arrested three Kamtapur Liberation…
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সংবাদমেল
আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক সংবাদমেল।সংবাদমেল সম্বোধন কৰে ড০ এল আৰ বিষ্ণুয়ে(বিশেষ আৰক্ষী সঞ্চালক প্ৰধান আইন শৃংখলা।
ৰাষ্ট্ৰঃপতিৰ নিচান পাব অসম আৰক্ষীয়ে।
10 মে ত গৃহমন্ত্ৰী অমৃত চাহে প্ৰদান কৰিব ৰাষ্ট্ৰপতি নিচান।
অসম আৰক্ষীয়ে IIT গুৱাহাটী ৰ দ্বাৰা 36 তা চিহ্ন সম্বলিত পতাকা সাজু কৰিছে।
নিচান প্ৰাপ্তৰ পিছৰে পৰা অসম আৰক্ষীৰ সকলো বিষয়া জোৱানে লগাব পাৰিব বিশেষ চিহ্ন।
এতিয়ালৈকে ৯ খন ৰাজ্যই এই ৰাষ্ট্ৰপতি নিচান পাবলৈ সক্ষম হৈছে ।
অসম আৰক্ষী হল ১০ নম্বৰ ৰাজ্য যি এই নিচান লাভ কৰিছে।
তাৰ পূৰ্বে অসম জুৰি মটৰ চাইকেল ৰেলি কৰা হৈছে।
IPS আনন্দ মিশ্ৰৰ নেতৃত্বত মটৰ চাইকেল ৰেলি চলাই থকা হৈছে ।
ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই ৰেলিৰ গুৱাহাটীত সামৰণি পৰিব।
80% চৰাচিট
Vigilance awareness week ৰ জৰিয়তে অসমৰ ৰাইজক সজাগ সচেতনত কৰিবলৈ প্ৰয়াস কৰা হৈছে ।
সন্ত্ৰাসবাদ, উগ্ৰপন্থীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে নিৰন্তৰ প্ৰয়াস কৰিছে ।
NDFB ৰ চাৰিটা গ্ৰুপ মূল সূতিলৈ ঘূৰি আহিছে ।
মূলসুঁতিলৈ ঘূৰি অহা কেডাৰ সকলক সংস্থাপনৰ ব্যৱস্থা অসম আৰক্ষীয়ে কৰিছে ।
জেহাদী কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ অসম আৰক্ষীয়ে নিৰন্তৰে কাম কৰি গৈছে।