The Dhubri Excise Department conducted a successful operation across the district, seizing contraband worth Rs…
আজি নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় এক সংবাদমেল।
আজি নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় এক সংবাদমেল।অসম অলিম্পিক সন্থা,অসম ফুটবল সন্থা,গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।ক’ভিডৰ কাৰণে বহুত দিন বিভিন্ন খেল সমূহ বন্ধ হৈ আছিল।কিন্তু এতিয়া সকলো পৰিস্থিতি ঠিক হোৱাৰ বাবে ক্ৰীড়া খেত্ৰখন আগোৱাই নিয়াৰ মানসেৰে অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।