Skip to content

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস।

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক ৰোগ তথা স্বাস্থ্যৰ সম্পৰ্কে সজাগ কৰিবৰ বাবে এই দিৱস পালন কৰা হয়। ১৯৯২ চনত পোন প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। এই বৰ্ষৰ বিষয় হ’ল এখন অসমতাৰ বিশ্বত মানসিক স্বাস্থ্য।

Back To Top