Skip to content

ক’ভিডত আক্ৰান্ত সাংসদ গৌৰৱ গগৈ


ক’ভিডত আক্ৰান্ত সাংসদ গৌৰৱ গগৈ।সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে সাংসদগৰাকীয়ে।বৰ্তমান হোম কোৰাইন্টাইনত আছে গৌৰৱ গগৈ।তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে ক’ভিড পৰীক্ষাৰ আহ্বান সাংসদগৰাকীৰ।

Back To Top