skip to Main Content

নেচনেল হেৰাল্ডৰ কাৰ্য্যালয়ত ED ৰ অভিযান

ছোনীয়া গান্ধী ৰাহুল গান্ধীক জেৰা কৰি শান্ত হোৱা নাই ED. আজি নেচনেল হেৰাল্ডৰ কাৰ্য্যালয়ত চলায় অভিযান। ইতিমধ্যে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী ৰাহুল গান্ধীক ED য়ে কেইবাবাৰো জেৰা কৰা হৈছে।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published.

Back To Top