skip to Main Content

আজিৰে পৰো ১২ৰ পৰা ১৪ বছৰৰ কিশোৰ- কিশোৰী সকলৰ মাজত প্ৰদান কৰা হৈছে কৰ্বেভেক্স।


স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্ধোধন কৰে ক’ভিড প্ৰতিষেধক অভিযান।২০১০চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১৩.৪৬ গৰাকী কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব কৰ্বেভেক্স ভেকচিন।

Back To Top