skip to Main Content

আজি দিছপুৰ প্ৰেছ ক্লাৱত পথ ব্যৱসায়ী সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয়


আজি দিছপুৰ প্ৰেছ ক্লাৱত পথ ব্যৱসায়ী সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয়।গুৱাহাটী পৌৰ নিগমে যোৱা কালি ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত থকা ১৫০ খন দোকানক উচ্ছেদ কৰিছে কোনো আগতীয়া জাননি নিদিয়াকৈ।আনৰ পৰা টকা ধাৰলৈ লৈ খুব কষ্টৰে দোকান দি পৰিয়াল চলাই আছিল তেওঁলোকে।সকলো ব্যৱসায়ী এতিয়া চিন্তাত পৰিছে যে তেওঁলোকে কেনেদৰে পৰিয়াল পোহপাল দিব।

Back To Top