skip to Main Content

ক’ভিড আক্ৰান্ত মন্ত্ৰী পীযূষ হাজৰিকা


ক’ভিডত আক্ৰান্ত হ’ল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। বৰ্তমান হোম আইছ’লেশ্যনত আছে মন্ত্ৰীগৰাকী।বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীৰ দেহত পোৱা গৈছে ক’ভিডৰ অৱস্থিতি।

Back To Top