skip to Main Content

জ্যেষ্ঠ শৈল্য চিকিৎসক ড০ এচ কে টানিছলৈ বিশেষ সন্মান


জ্যেষ্ঠ শৈল্য চিকিৎসক ড০ এচ কে টানিছলৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান।সামৰিক বাহিনীৰ লোক,বিধৱা মহিলা তথা আৰ্থিকভাৱে দুৰ্বল লোকসকলক তেওঁ বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে।সেই বাবে অহা ৮ মে’ তাৰিখে মুম্বাইত বিশিষ্ট অভিনেতা অনুপম খেৰে এই সন্মান প্ৰদান কৰিব।

Back To Top