skip to Main Content

চি পি আই (এম)ৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি চি পি আই (এম)ৰ এক সংবাদমেল অনুষ্ঠিত হয় তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।মূল্য বৃদ্ধি ৰোধ কৰিব লাগে অন্যথা পৰিস্হিতি ভয়ংকৰ হ’ব বুলি হুংকাৰ প্ৰদান কৰে।মূল্য বৃদ্ধিৰ বাবে সৰ্ব-সাধাৰণ লোকসকল চলিব নোৱাৰা অৱস্হা হৈ পৰিছে।

Back To Top