skip to Main Content

বাৰ্মিংহামত পুনৰ উৰিল ভাৰতীয় পতাকা

কমনৱেলথ গেমছত ভাৰতৰ পুনৰ জয়লাভ। বেডমিণ্টন খেলত ভাৰতীয় খেলুৱৈ 'লক্ষ্য সেন'ৰ স্বৰ্ণপদক লাভ। ইয়াৰ লগে লগে ভাৰত পদক অর্জনৰ তালিকাত বিশ্বৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়।

Read More

কি হ’ব ইজৰাইল আৰু পেলেষ্টেইনৰ ভৱিষ্যত?

ক্ৰমাৎ শান্ত হোৱাৰ দিশে ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাত। ইজৰাইলৰ পাছত যুদ্ধ বিৰতিৰ বাবে সাজু পেলেষ্টাইনৰ হামাছ। ২৫০ জন আহতৰ পৰিৱৰ্তে যুদ্ধত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ জন তাৰেই শিশু ৬ জন।

Read More

উৎকোচ বিচাৰিলে নিদিওঁ বুলি নক’ব :- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ আহ্বান। উৎকোচ বিচাৰিলে নিদিওঁ বুলি নক'বলৈ আহ্বান। কেৱল দিয়াৰ সময়ত চৰকাৰক অৱগত কৰিবলৈ জনায় মুখ্যমন্ত্ৰীজনে।

Read More

যিকোনো মুহূৰ্তত ভংগ হ’ব পাৰে বিজেপি সমৰ্থিত বিহাৰ চৰকাৰ

বিহাৰত পতনৰ দিশত বিজেপি-জেডিইউ চৰকাৰ। জেডিইউ'ৰ নেতাকৰ্মীসকলে বিজেপিৰ সৈতে চৰকাৰ চলোৱাত অমান্তি কৰিছে। ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ছোনীয়া গান্ধীৰ সৈতে আলোচনা কৰিছে। কংগ্ৰেছ-জেডিইউ সমৰ্থনত বিহাৰ গঠন হ'ব পাৰে নতুন চৰকাৰ।

Read More
Back To Top