skip to Main Content

আজি গুৱাহাটী ক্লাৱত ১১টা দল সংগঠনৰ প্ৰতিবাদ সাব্যস্ত।

ৰেলৱেৰ মাটি বণিয়াক হস্তান্তকৰণ আৰু জাগীৰোডৰ কাগজ কল দুটাৰ পুনৰুজ্জিত কৰণৰ পৰিপেক্ষীততে আজি গুৱাহাটী ক্লাৱত ১১টা দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰেে।

Read More

আজিৰে পৰো ১২ৰ পৰা ১৪ বছৰৰ কিশোৰ- কিশোৰী সকলৰ মাজত প্ৰদান কৰা হৈছে কৰ্বেভেক্স।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্ধোধন কৰে ক'ভিড প্ৰতিষেধক অভিযান।২০১০চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১৩.৪৬ গৰাকী কিশোৰ-কিশোৰীক প্ৰদান কৰা হ'ব কৰ্বেভেক্স ভেকচিন।

Read More

The Kashmir Files উপভোগ কৰিবলৈ PVR চিনেমা হলত উপস্থিত মুখ্যমন্ত্ৰী

The Kashmir Files উপভোগ কৰিবলৈ PVR চিনেমা হলত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ BJP, AGP আৰু UPPLৰ প্ৰতিজন মন্ত্ৰী-বিধায়ক।

Read More

আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা।সৰ্বমুঠ ৯০৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা।সৰ্বমুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,৩১,১৩২ গৰাকী।২১ গৰাকী দৃষ্টিহীন আৰু ৪৬গৰাকী মুকবধিৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত।এইবাৰ সন্নিবিষ্ট কৰা তিনিটা নতুন ভাষাৰ ওপৰত পৰীক্ষা দিছে পৰীক্ষাৰ্থীসকলে।সম্পূৰ্ণ…

Read More

ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমবাৰৰ বাবে ৯০মিটাৰ দৈৰ্ঘৰ মালবাহী জাহাজ

ব্ৰহ্মপুত্ৰত পোন প্ৰথমবাৰৰ বাবে আহি পাইছে ৯০মিটাৰ দৈৰ্ঘৰ মালবাহী জাহাজ।পশ্চিমবংগৰ হালদিয়াৰ পৰা আহি গুৱাহাটীৰ পাণ্ডু পালেহি মালবাহী জাহাজখন।জাহাজখনে কঢ়িয়াই আনিছে ২০০০ মেট্ৰিক টন ষ্ট্ৰীল।আন্ত্যন্তৰীণ জল পৰিবহন বিভাগে আদৰণি জনাই।১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল জাহাজখনে।ফ্লেগ অফ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী…

Read More

আজি ৰাজীৱ ভৱনত যোগদান অনুষ্ঠান

আজি ৰাজীৱ ভৱনত আয়োজন কৰা এক যোগদান অনুষ্ঠানত APCCৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত কাৰ্বি আংলং জিলাৰ বিভিন্ন দল,সংগঠনৰ বহুকেইগৰাকী নেতা কৰ্মী আৰু কেইবাগৰাকীও সমাজকৰ্মীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।

Read More

আজি গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় International Open Grandmasters Chess Tournament

আজি গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় International Open Grandmasters Chess Tournament।এই Chess Tournamentখনৰ শুভ আৰম্ভণি কৰে ক্ৰিড়া মন্ত্ৰী বিমল বৰাই।

Read More

ৰাজ্যিক বাজেটক লৈ আশাবাদী APCCৰ সভাপতি ভূপেন বৰা

মাৰ্চৰ ভিতৰত ৫ লাখ নিবনুৱাক নিযুক্তি লাভ কৰাৰ আশা ভূপেন বৰাৰ। ৪০ হাজাৰ টে’ট শিক্ষক নিযুক্তি হ’ব বুলিও আশা প্ৰকাশ কৰে বৰাই।‘কৃষিখণ্ডত কিমান পুঁজি ধাৰ্য কৰে সেয়া কৃষিজীৱী ৰাইজে আশা কৰিব’ । অসম স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীলৰ ক্ষেত্ৰতো পুঁজি ধাৰ্য কৰাৰ…

Read More

আজি National Parliament for Women কাৰ্য্যসূচী অনুস্থিত কৰে

অসম ৰাজ্যিক মহিলা আয়োগৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত 14 মাৰ্চ ৰবিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, অনুস্থিত হয় National Parliament for Women কাৰ্য্যসূচী ।

Read More
Back To Top