skip to Main Content

কামাখ্যা মন্দিৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

কামাখ্যাত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ সৈতে আছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী।কামাখ্যা মন্দিৰত পূজা কৰি ৰাষ্ট্ৰপতি গৰাকীক ৰাওনা হয় কইনাধৰালৈ। কইনাধৰাতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে। ৫.২০ বজাত কইনাধৰাৰ পৰা কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব। ৫.৩০ বজাত উপস্থিত হ’ব কলাক্ষেত্ৰত। ৰাষ্ট্ৰপতিয়ে বন্তি প্ৰজ্বলনেৰে মুকলি…

Read More

আজি আম আদমী পাৰ্টিৰ এক সংবাদমেল অনুষ্ঠিত হয়।

আজি আম আদমী পাৰ্টিৰ এক সংবাদমেল অনুষ্ঠিত হয় গণেশগুৰিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।সঘনাই ঘটি থকা হত্যাকাণ্ডৰ ওপৰতে চৰকাৰক প্ৰশ্ন কৰি এই সংবাদমেল আম আদমী পাৰ্টিৰ।বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে উক্ত সংবাদমেল খনত।

Read More

আজি পৰাগ দাস মেমৰিয়েল ট্ৰাষ্টৰ প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান।

আজি পৰাগ দাস মেমৰিয়েল ট্ৰাষ্টৰ প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান।এই বক্তৃতানুষ্ঠানখনৰ আঁত ধৰে সম্পাদক ময়ূৰ কুমাৰ বৰাই।ইয়াত বক্তৃতা প্ৰদান কৰে অধ্যাপক তিলোক্তমা মিশ্ৰই।বহুজন গণ্যমান্য ব্যক্তিৰ উপস্হিতিত অতি সুন্দৰভাৱে অনুষ্ঠিত হয় উক্ত অনুষ্ঠানটো।

Read More

বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৫ জন ভিন্ন লোকক গৃহ আৱণ্টন কৰি দিবৰ বাবে আয়ুক্তলৈ পত্ৰ লিখিছিলে

বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৫ জন ভিন্ন লোকক গৃহ আৱণ্টন কৰি দিবৰ বাবে ২০০৪ চনৰ ফেব্ৰুৱাৰী, ২০০৪ ছেপ্টেম্বৰ মাহত অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ আৰু আয়ুক্তলৈ লিখে পত্ৰ:কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাৱধায়ক মনজিৎ মহন্ত।

Read More

সাংসদ প্ৰদ্যুৎ বৰদলৈ সংবাদমেল

মোদী চৰকাৰে পুজি পতিক চৰকাৰী সম্পদ, ৰাজহুৱা ধনৰে কেনেকৈ আৰু ধনী হোৱাত সহায় সেই চিন্তা কৰিছে।আকৌ পতঞ্জলী অসমলৈ আহিছে, কাৰণ অসমত পাম অইলৰ খেটি কৰিব।পাম অইলৰ খেটি কৰাৰ পাছত অসমত ভুমিৰ উব্বৰতা, সজীৱতা নাইকিয়া শেষ হৈ যাব বুলি মন্তব্য প্ৰদ্যুৎ…

Read More

ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ল’ব কেন্দ্ৰীয় চৰকাৰে:হিমন্ত বিশ্ব শৰ্মা,ৰে’লৱে মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়াৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ল'ব কেন্দ্ৰীয় চৰকাৰে:হিমন্ত বিশ্ব শৰ্মা।ইউক্ৰেইনত ইটোৰ পিছত সিটোকৈ আক্ৰমণ ৰাছিয়াৰ। কৰিছে মিছাইল আক্ৰমণ। মৃত্যু ঘটিছে ১০০জনৰো অধিক লোকৰ। ৰে'লৱে ৰ ৫৮ বিঘা মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়াৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে।

Read More

চছলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

আজি জাতীয় স্বহীদ প্ৰমোদ বড়োৰ ৮তম মৃত্যু দিৱস।সেই বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চছলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ওপৰিও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Read More

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বিজেপিৰ সংকল্প পত্ৰ

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিতিত হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আনুষ্ঠানিক ভাবে মুকলি কৰা হয় পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে এই সংকল্প পত্ৰ। 

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ১৪সংখ্যক গুৱাহাটী ইন্টাৰনেচনেল ফ্লিম ফেচটিভেলৰ হৈ এক সংবাদমেল অনুষ্ঠিত হয়।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ১৪সংখ্যক গুৱাহাটী ইন্টাৰনেচনেল ফ্লিম ফেচটিভেলৰ হৈ এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল সম্বোধন কৰে মাধুৰীমা বৰুৱা Secretary of International Film festival ।২৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে ৰবিন্দ্ৰ ভৱনৰ অনুষ্ঠিত হ'ব।

Read More

মনজিৎ মহন্তৰ ৫৮ বিঘা মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়া সম্পৰ্কত প্ৰতিক্ৰিয়া

কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাৱধায়ক মনজিৎ মহন্তৰ ৰে'লৱে ৰ ৫৮ বিঘা মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়া বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Read More
Back To Top