কাতি বিহুৰ বন্তি কত জ্বলাব মুখ্যমন্ত্ৰীয়ে
মঙলদৈৰ বামুণপাৰাৰ পথাৰত বন্তি প্রজ্বলন কৰি কাতি বিহু পালন কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এগছি–দুগছি নহয়, এহেজাৰ চাকিৰে সন্ধিয়া উজলি উঠিব মঙলদৈৰ বামুণপাৰা পথাৰ৷ মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব মুখ্যমন্ত্রী সোণোৱালে৷ কাতি বিহুৰ সন্ধিয়া বামুণপাৰা পথাৰত প্রায় এহেজাৰ মহিলাই চাকি জ্বলোৱা…