গুৱাহাটী বিহু সন্মিলনীৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত
গুৱাহাটী বিহু সন্মিলনীৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।প্ৰত্যেক বছৰৰ দৰে এইবাৰো গুৱাহাটী বিহু সন্মিলনীয়ে চাৰিদিনিয়াকৈ উৎযাপন কৰিছে বিহু সন্মিলন।১৪,১৫,১৬ আৰু ১৭ তাৰিখে অনুষ্ঠিত হ'ব ৭১ তম গুৱাহাটী বিহু সন্মিলনী।