skip to Main Content

যোৰাবাটত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা।

যোৰাবাটত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা।থিতাতে নিহত এজন লোক।সোনাপুৰ অভিমুখী লোকজনক এখন ৬ চকীয়া ট্ৰাকে মহতিয়াই লৈ যায়।যোৰাবাটৰ ৩৭নং ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

Read More

জুবিন অনুৰাগীৰ বাবে দুঃখবৰ।অহা বছৰৰ পৰা বিহু মঞ্চত নেদেখিব জুবিন গাৰ্গক।

জুবিন অনুৰাগীৰ বাবে দুঃখবৰ।অহা বছৰৰ পৰা বিহু মঞ্চত নেদেখিব জুবিন গাৰ্গক।সকলোৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ত্যাগ কৰিলে বিহু মঞ্চ।অহা বছৰৰ পৰা বিহু বন্ধ কৰিম বুলি ঘোষণা কৰিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

Read More

গুৱাহাটী মহানগৰীৰ কালাপাহাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

গুৱাহাটী মহানগৰীৰ কালাপাহাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।প্ৰায় ৬০ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা ডকাইতৰ। মহিলা গৰাকী হৈছে তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী অনু হাজৰিকা।মহিলাগৰাকীক হত্য়া কৰি ডকাইতে লুটি নিলে ঘৰৰ সা-সামগ্ৰী,ধন,সোণকে ধৰি বহু পৰিমাণৰ টকা।

Read More

যোৰাবাটত চলন্ত ট্ৰাকত অগ্নিকাণ্ড।

যোৰাবাটত চলন্ত ট্ৰাকত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।যোৰাবাটৰ ১০ মাইলৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।ৰবৰভৰ্তি ট্ৰাকখনৰ নম্বৰ হৈছে JK-02CG-9975।৪খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।জুঁইত সম্পূৰ্ণৰূপে যাহ যায় ১২ চকীয়া ট্ৰাকখন।

Read More

প্ৰকাশ পালে নতুন SOP।১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকিব কোনো ধৰণৰ সান্ধ্য আইন।

১৫ তাৰিখৰ পৰা ৰাজ্যত আনলক প্ৰক্ৰিয়া।নাথাকিব কোনো ধৰণৰ নীতি-নিৰ্দেশনা।প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন।সম্পূৰ্ণ ১০০ শতাংশ উপস্থিতিত খোল খাব চিনেমা হল।সভা সমিতিত অংশগ্ৰহণ কৰিবলৈ দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক।ৰাজহুৱা অনুস্থানত উপস্থিতি ১০০ শতাংশ কিন্তু দুয়োপালি ভেকচিন বাধ্যতামূলক।বিয়া সবাহত নাথাকিব কোনোধৰণৰ বাধ্য-বাধকতা।মাক্স,চেনিটাইজাৰ বাধ্যতামূলক।পৰীক্ষা…

Read More

মহানগৰীৰ লাচিতনগৰত চুৰিকাণ্ড

নিশা মহানগৰীৰ লাচিতনগৰত চুৰিকাণ্ড।বাইলেন ৮ নম্বৰৰ পৰা চোৰে নিলে KTM RC 200 বাইক।বাইকখনৰ নম্বৰ AS 01 DT 5378।ঘটনা সংক্রান্তত পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰিছে।বিবাহ অনুষ্ঠানৰ ফটোগ্রাফী কৰিবলৈ আহিছিল হাজোৰ যুৱক কেইজনে।

Read More

আজি দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

আজি দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।অসম-মেঘালয় সীমা সমস্যা সৰ্ম্পকে এক আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।আলোচনাত অংশ লব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়েও।

Read More

এটা ৱেবছাইট তে লাভ কৰিব পৌৰ নিগমৰ তিনিটা গুৰুত্বপূৰ্ণ সেৱা।

এটা ৱেবছাইট তে এতিয়াৰ পৰা লাভ কৰিব পৌৰ নিগমৰ তিনিটা গুৰুত্বপূৰ্ণ সেৱা।ট্ৰেড লাইচেন্স,সম্পতিৰ কৰ,গৃহ নিৰ্মাণৰ অনুমতি।http.//gmc.assam.gov. In ত ক্লিক কৰিলে সকলো তথ্য লাভ কৰিব।

Read More

ভাৰতীয় ফুটবল দললৈ আমন্ত্ৰণ লাভ কৰিলে অসমৰ এজন যুৱকে।

ভাৰতীয় ফুটবল দললৈ আমন্ত্ৰণ লাভ কৰিলে অসমৰ এজন যুৱকে।মাৰ্চত ফুটবল দলৰ শিবিৰলৈ যাব ৰে ৰাজকুমাৰ নামৰ যুৱকজন।৯০০ জন যুৱকৰ মাজৰ পৰা চিলেকচন কৰা হৈছিল ৰে ৰাজকুমাৰক।

Read More

পঞ্চম বাৰৰ বাবে ১৯-অনুৰ্ধৰ বিশ্বকাপ খীতাপ আজুৰিলে ভাৰতে।

ইতিহাস ৰচিলে ভাৰতীয় ক্ৰীকেট দলে।ইংলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই।ভাৰতীয় দলৰ বিজয়ৰ পিছতে BCCIয়ে কৰিলে বৃহৎ ঘোষণা।প্ৰতিগৰাকী খেলুৱৈলৈ ৪০ লাখ টকাকৈ প্ৰদান কৰিব।

Read More
Back To Top