skip to Main Content

পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে মধ্যাহ্নভোজনৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ

আজি খানাপাৰাত পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে মধ্যাহ্নভোজনৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।কাহিলিপাৰাস্হিত মিচন ডায়েৰেক্টৰৰ কাৰ্যালয় ঘেৰাও কৰিব বিচাৰিছিল যদিও প্ৰশাসনৰ ফালৰ পৰা বাধা আৰোপ কৰাত খানাপাৰাতে প্ৰতিবাদ কৰিবলৈ বাধ্য হয়।

Read More

ভুলতে ভোট দিলেও মই ধন্যবাদ বুলিও নক‌ও AIUDFক :মুখ্যমন্ত্ৰী

যি দলৰ নিজৰ বিধায়কৰ উপস্থিত বিশ্বাস নাই সেই দলে বিধায়ক হোটেলত ৰাখিব ।BJP ৰ বিধায়ক সকল ৰাইজৰ মাজত থাকিব।ৰিপুন বৰাই মিঠাই খোৱাইছে ভাল কথা।মোক মিঠাই দিলে ম‌ইও খাম।AIUDF ৰ ভোট মোক নালাগে।ভুলতে ভোট দিলেও মই ধন্যবাদ বুলিও নক‌ও AIUDF ক…

Read More

আজি অসমত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়া আজি দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হয়। দলৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত সকলো কোষৰ আহ্বায়ক, সহ-আহ্বায়ক সকলৰ সৈতে বৈঠক মিলিত হয়।তাৰ পাছত আন এখন বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী,মন্ত্ৰী আৰু বিধায়ক সকলে।

Read More

উপায়ুক্ত পল্লৱ গোপাল ঝা ৰ এক সংবাদমেল অনুষ্ঠিত হয় দি চি অফিচত

উপায়ুক্ত পল্লৱ গোপাল ঝা ৰ এক সংবাদমেল অনুষ্ঠিত হয় দি চি অফিচত।তেওঁলোক পৌৰ সভা নিৰ্বাচনৰ বাবে সাজু হৈছে।১৯ এপ্ৰিলত GMCৰ ৬০টা ৱাৰ্ডত নিৰ্বাচন।মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ।মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭লাখ ৯৬ হাজাৰ ৮২৯ গৰাকী।সৰ্বমুঠ ৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব…

Read More

সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সন্হাৰ প্ৰতিবাদী কাৰ্যসূচী

আজি সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সন্হাই তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ দাবিৰে কাহিলিপাৰা সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰাৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।প্ৰতিভাৱান তথা মেধাসম্পন্ন টেট উত্তীৰ্ণ শিক্ষকসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী…

Read More

পি এইচডি অফ কমাৰ্চৰ এক সংবাদমেল অনুষ্ঠিত হয়

পি এইচডি অফ কমাৰ্চৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।২৪ আৰু ২৫ তাৰিখে গুৱাহাটী শিল্পগ্ৰামত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে মেগা ইভেন্ট মোমেন্টাম নৰ্থ ইষ্ট ২০২২।

Read More

ভাৰতীয় জীৱন বীমা নিগমৰ ওপৰত এক সংবাদমেল অনুষ্ঠিত হয়

ভাৰতীয় জীৱন বীমা নিগমৰ ওপৰত এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LIC ৰ দৰে ৰাজহুৱা খণ্ডৰ অতি সফল আৰু লাভজনক সংস্হাৰ শ্বেয়াৰ ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰিবলৈ ওলোৱাৰ পৰিপেক্ষীততেই অনুষ্ঠিত হয় উক্ত…

Read More

১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন।সংবাদমেলযোগে ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে।১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত ২১ এপ্ৰিলত হ’ব ভোটগণনা। মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ দিন ৪ এপ্ৰিল।৬০টা ৱাৰ্ডত পুৱা ৭.৩০…

Read More

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কাজিৰঙাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকত। কাজিৰঙাত ৭টা ইক’ ছেনজিটিভ জ’ন গঠনৰ সিদ্ধান্ত। ১১টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থাকিব। ৯টা এনিমেল কৰিড’ৰ বেদখলমুক্ত কৰা হৈছে। আনহাতে, নগাঁও আৰু কাছাৰ কাগজ কলক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।কাগজ কল দুটা ক্ৰয় কৰিবলৈ…

Read More

আজি গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা

মহানগৰীৰ চিটি চেন্টাৰৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।ঠিতাতে নিহত হয় দ্বিজেন বৈশ্য নামৰ এজন লোক।পানী কঢ়িওৱা গাড়ীৰ খুন্দাত নিহত দ্বিজেন বৈশ্য লোকজন।পত্নীৰ সৈতে কাৰ্যালয়লৈ আহি আছিল বৈশ্য।সুৰাপান কৰি গাড়ী চলাইছিল চালকজনে।নিহত লোকজন এপ'ল হস্পিতালৰ কৰ্মৰত আছিল।

Read More
Back To Top