skip to Main Content

গুৱাহাটী বিহু সন্মিলনীৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত

গুৱাহাটী বিহু সন্মিলনীৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।প্ৰত্যেক বছৰৰ দৰে এইবাৰো গুৱাহাটী বিহু সন্মিলনীয়ে চাৰিদিনিয়াকৈ উৎযাপন কৰিছে বিহু সন্মিলন।১৪,১৫,১৬ আৰু ১৭ তাৰিখে অনুষ্ঠিত হ'ব ৭১ তম গুৱাহাটী বিহু সন্মিলনী।

Read More

GMCৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কেইবাজনো প্ৰাৰ্থীৰ

পৌৰ নিগম নিৰ্বাচনৰ বাবে উপায়ুক্ত কাৰ্যালয়ত নিজ নিজ সমৰ্থক লৈ বহুকেইটা ৱাৰ্ডৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে।মনোনয়ন দাখিল পূৰ্বে প্ৰতিগৰাকী প্ৰাৰ্থীৰ মুখত বহু প্ৰতিশ্ৰুতি।নিৰ্বাচনত জয়ী হৈ ৱাৰ্ডসমূহৰ জিলিকাই তোলাৰ প্ৰতিশ্ৰুতি।

Read More

গুৱাহাটী সমাজসেৱী সাংস্কৃতিক সন্থা সুৰতীৰ্থৰ ৪৭সংখ্যক প্ৰতিষ্ঠা দিৱস

গুৱাহাটী সমাজসেৱী সাংস্কৃতিক সন্থা সুৰতীৰ্থৰ ৪৭সংখ্যক প্ৰতিষ্ঠা দিৱস।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৯মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল আৰু স্বাস্থ্য চিকিৎসা সিবিৰৰো আয়োজন কৰে।৪৭সংখ্যক প্ৰতিষ্ঠা দিৱসটো ৩০মাৰ্চ বুধবাৰে উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত উদ্‌যাপন কৰিব।

Read More

আজি ৰাজীৱ ভৱনত এখনি ‘প্ৰাচীৰ পত্ৰিকা’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে

আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এখনি 'প্ৰাচীৰ পত্ৰিকা' আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।'প্ৰাচীৰ পত্ৰিকা' উন্মোচনি অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক শ্ৰীজিতেন্দ্ৰ সিং উপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাকে ধৰি নেতৃবৃন্দ…

Read More

গুৱাহাটীত দুদিনীয়া চকা বন্ধৰ প্ৰভাৱ

অসম মটৰ শ্ৰমিক সংগঠনে কেইবাটাও দাবীৰে চকাবন্ধ ঘোষণা কৰে। চকাবন্ধৰ কাৰ্যসূচীৰ বাবে বন্ধ হৈ পৰিছে ৰাজহুৱা বাহনসমূহ। মহানগৰীৰ বিভিন্ন প্ৰান্তত চকাবন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।কেইবাঠাইতো বাছৰ অভাৱৰ ফলত যাত্ৰীসকল ষ্টপেজতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হৈছে।

Read More

দা ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ এক সংবাদমেল অনুষ্ঠিত হয়

দা ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।৩০ মাৰ্চ ২০২২ তাৰিখে ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয় চৌহদত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সমাৱৰ্তন সমাৰোহ।৩জন বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ'ব ডক্টৰেট উপাধি।তাৰ উপৰিও ৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব স্বৰ্ণপদক আৰু…

Read More

আজি মহানগৰীৰ ABCত এখন ৰেষ্টুৰেণ্ট মুকলি কৰা হয়

আজি মহানগৰীৰ ABCত এখন ৰেষ্টুৰেণ্ট মুকলি কৰা হয়।যিখনৰ নাম হৈছে Wish Grill।ৰেষ্টুৰেণ্টখন মুকলি কৰে অভিনেত্ৰী অমৃতা গগৈয়ে।সকলোৰে মন পচন্দৰ খাদ্য সম্ভাৰ ইয়াত লাভ কৰিব।

Read More

মহানগৰীৰ পাটৰকুচিত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ডৰ ঘটনা

মহানগৰীৰ পাটৰকুচিত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ডৰ ঘটনা।এগৰাকী আৰক্ষী বিষয়াৰ ঘৰৰ পৰাই জুঁইৰ সূত্ৰপাত হয়।তেওঁৰ ঘৰত আছিল ৩০টাত কৈও অধিক ভাড়াঘৰ।

Read More

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়।শিক্ষা ব্যৱস্থাৰ বিভিন্ন সমস্যাক লৈ অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।টেট শিক্ষক সকলৰ প্ৰতিবাদক নৈতিক সমৰ্থন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ,আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া সকলে।

Read More
Back To Top