skip to Main Content

শিক্ষা সংসদৰ ৩১টা পদৰ নিযুক্তি কেলেংকাৰি

পুনৰ কেলেংকাৰী শিক্ষা সংসদৰ ৩১টা পদৰ নিযুক্তিক লৈ। সংবাদমেলযোগে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বুঢ়াগোঁহায়ে কয় যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ নিকা কৰিবলৈ চেষ্টা তেওঁ অব্যাহত ৰাখিছে কিন্তু বিফল হৈছে । পূৰ্বৰ সচিবে কোনো কাৰণতে সহযোগিতা আগবঢ়োৱা নাই বুলিও অভিযোগ উত্থাপন…

Read More

তৃতীয় দিনাও কৃষকৰ বিদ্ৰোহত উত্তাল দিল্লী

শুকুৰবাৰে পুৱাৰে পৰা দিল্লীৰ ৰাজপথত অব্যাহত আছে কৃষক বিদ্ৰোহ। হাৰিয়ানা, পাঞ্জাৱ, উত্তৰ প্ৰদেশৰ পৰা যোৱা কৃষকৰে উত্তাল ৰাজধানী দিল্লী। বিশেষকৈ দিল্লীৰ প্ৰৱেশপথসমূহ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক সকলে। প্ৰতিবাদ স্থগিত ৰাখিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰী টোমাৰে। অহা ৩ ডিচেম্বৰত…

Read More

আৰৱ সাগৰত সন্ধানহীন ভাৰতীয় বিমান

ভাৰতীয় নৌ সেনা বাহিনীৰ বিমান মিগ ২৯ কে প্ৰশিক্ষণ বিমানখন বৃহস্পতিবাৰে আৰৱ সাগৰত সন্ধানহীন হয়। নৌ সেনাৰ তথ্য মতে এজন পাইলটক উদ্ধাৰ কৰা হয় যদিও আন এজন পাইলটক এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই।

Read More

পুনৰ পাক সেনাৰ গুলীত নিহত দুই জোৱান

শুকুৰবাৰে কাশ্মীৰৰ ৰাজৌৰিত পাক সেনাই যুদ্ধ বিৰতি উলংঘন কৰি গুলীচালনা কৰাৰ ফলত প্ৰেম বাহাদুৰ ক্ষেত্ৰী আৰু সুখবীৰ সিং নামৰ দুজন ভাৰতীয় সেনা নিহত হয়। আনহাতে বৃহস্পতিবাৰে কিন্নিৰ সমীপত হোৱা গুলীচালনাৰ ফলত ভাৰতীয় সেনা চুবেদাৰ স্বতন্ত্ৰ সিং নিহত হয় আৰু এজন…

Read More

অট্টালিকা ভংগৰ ক্ষতি পূৰণ কংগনা ৰানাৱটক

শিৱসেনা আৰু মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰা বাবে ব্ৰিহান মুম্বাই মিউনিচিপাল ক'ৰ্পৰেচনে কংগনা ৰানাৱটৰ কাৰ্যালয়ৰ অট্টালিকা ভংগ কৰিছিল। অভিনেত্ৰীগৰাকী ওচৰ চাপিছিল বোম্বাই উচ্চ ন্যায়ালয়ৰ। উচ্চ ন্যায়ালয়ে ব্ৰিহান মুম্বাই মিউনিচিপাল ক'ৰ্পৰেচনৰ জাননীক খাৰিচ কৰাৰ লগতে অট্টালিকা ভংগৰ ক্ষতি পূৰণ দিবলৈও নিৰ্দেশ দিয়ে।

Read More

অৰ্ণৱ গোস্বামীৰ জামিনৰ ম্যাদ বৃদ্ধি

উচ্চতম ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৰ্ৱতী জামিনৰ ম্যাদ বৃদ্ধি কৰিছে। ২০০৮ চনত আত্মহত্যাৰ গোচৰত সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল অৰ্ণৱ গোস্বামী । পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল অৰ্ণৱ গোস্বামীক। কিন্তু শেহতীয়াভাৱে সাংবাদিকগৰাকীৰ শুনানিক লৈ বোম্বাই উচ্চ…

Read More

২০২০ বৰ্ষৰ চুকাফা বঁটা য়েছে দৰজে ঠংচিলৈ

প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা চুকাফা বঁটা ২০২০ বৰ্ষৰ বাবে প্ৰদান কৰিবলৈ মনস্থ কৰিছে অসম চৰকাৰে। এইবাৰ এই বঁটা আগবঢ়োৱা হ'ব বিশিষ্ট কবি, সাহিত্যিক, উপন্যাসিক য়েছে দৰজে ঠংচিক। অহা ২ ডিচেম্বৰত দিনৰ ১২ বজাত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী…

Read More

নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা

কোকৰাঝাৰৰ নিৰ্বাচনী সভাত উপস্হিত হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ভাষণ প্ৰসংগত ব্যক্ত কৰে যে বিটিচিত বিজেপিৰ চৰকাৰ আহিলে এম জি এনৰেগাত সংঘটিত দূৰ্নীতিৰ তদন্ত কৰিব চৰকাৰে। আনহাতে আত্মসহায়ক গোট সমূহক প্ৰদান কৰিব ৫০ হাজাৰ টকা ।

Read More

২০২০ বৰ্ষত বন্ধ আন্তৰ্জাতিক বিমান সেৱা

সাম্প্ৰতিক পৰিস্হিতিৰ বাবে ২০২০ বৰ্ষত বন্ধ থাকিব আন্তৰ্জাতিক বিমান সেৱা। এইবছৰ মাৰ্চৰ মাহৰ পৰাই বিমান সেৱা বন্ধ হৈ আছিল। ডিৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েশ্বনে সদৰী কৰে যে ৩১ ডিচেম্বৰ পৰ্যন্ত বন্ধ থাকিব আন্তৰ্জাতিক বিমান সেৱা। কিন্তু ডি জি চি-এ ৰ…

Read More

পুনৰ বন্যহস্তীৰ তাণ্ডৱ

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত উপদ্ৰৱ চলাইছে বৃহৎ বন্যহস্তীৰ দলে। কেইবাদিনো ধৰি জনাঞ্চলত বিচৰণ কৰি আছিল হাতীৰ জাকটো। ২০০ৰো অধিক হাতী জাকটোত থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে হাতীৰ জাকটোৱে কেইবাখনো গাাৱত বিস্তৰ ক্ষতি কৰিছে। বহু বিঘা পকাধান খাই শেষ কৰিছে হাতীৰ…

Read More
Back To Top