Skip to content

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী। গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা আয়োজিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নাম-প্ৰসংগ,প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে প্ৰদেশ কংগ্ৰেছে। APCC প্ৰায়সকল শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। চলিত বৰ্ষত প্ৰয়াত মুখ্যমন্ত্ৰী জনলৈ প্ৰদান কৰা…

Read more

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে

দেওবাৰে সন্ধিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।গুৱাহাটীৰ কইনাধৰাত দুয়োজন নেতাৰ মাজত অনুষ্ঠিত আলোচনাত প্ৰধানকৈ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কথাই স্থান পাইছিল। মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছত সাংবাদিকৰে হোৱা আলোচনাত অখিল গগৈয়ে পুনৰ 'কা' আন্দোলনৰ পোষকতা কৰে।অখিলৰ…

Read more

বঙাইগাঁৱত মন্ত্ৰী ৰণজিৎ দাস! জিলা বি জে পি কাৰ্যালয়ত নেতা- কৰ্মীৰে বৈঠক৷

আজি বঙাইগাঁওস্থিত ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ দাস উপস্থিত হৈ দলীয় নেতা কৰ্মী সকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ নতুন কৈ নিৰ্মান কৰা দলীয় কাৰ্যালয়টো অহা 24 নৱেম্বৰত মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব বুলি জানিব পৰা হৈছে৷ ইয়াৰ…

Read more

ভাৰতীয় ক্ৰিকেট দলৰ নতুন আহাৰ পৰিকল্পনা! নিষিদ্ধ হল গাহৰি মাংস, এতিয়া কেৱল ‘হালাল প্ৰমাণিত’ মাংস

ভাৰতীয় ক্ৰিকেটাৰসকলে তেওঁলোকৰ নতুন আহাৰ পৰিকল্পনা প্ৰাপ্ত কৰে, এতিয়া কেৱল 'হালাল প্ৰমাণিত' মাংস খাব পাৰিব, ভাৰতীয় ক্ৰিকেট দলে এক আহাৰ পৰিকল্পনা অনুসৰণ কৰে, য'ত যিকোনো প্ৰকাৰৰ গাহৰি আৰু গোমাংস বাদ দিয়া হৈছে, আৰু ইয়াত কেৱল ব্যৱহাৰৰ বাবে হালাল-প্ৰমাণিত মাংস অন্তৰ্ভুক্ত,…

Read more

গুৱাহাটী মহানগৰীত পুনৰ লুটপাতৰ ঘটনা

গুৱাহাটী মহানগৰীত পুনৰ লুটপাতৰ ঘটনা।শনিবাৰে চানমাৰিৰ ৰাজপথত ৰখাই থোৱা বাহনত লুটপাত।এএছ ০১ বিকিউ ৭৩৩৩ নম্বৰৰ গাড়ী এখনৰ পৰা লুটি নিলে ধন।ৰাজপথৰ কাষত ৰখাই থোৱা গাড়ীৰ পৰা চোৰে লুটিলে ২৫০০০ টকা।গাড়ীৰ আইনা ভাঙি ধন লৈ উধাও চোৰ।

Read more

অভিযান্ত্ৰিকৰ চাকৰিৰ বাবে হ’ব APSCৰ পৰীক্ষা।

অভিযান্ত্ৰিকৰ চাকৰিৰ বাবে হ’ব APSCৰ পৰীক্ষা। APSCৰ দ্বাৰা হ’ব Combined Recruitment Exam। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয়। তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে সুকীয়া আয়োগ গঠন কৰা হৈছে। আয়োগৰ মুৰব্বী হিচাপে থাকিব অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ আমোলা। নিৰ্ধাৰিত…

Read more

অনলাইনত গাঞ্জাৰ হোম ডেলিভাৰী! এমাজনৰ। এমাজনৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে ৰুজু গোচৰ

এমাজনৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰজু। ই-কমাৰ্চৰ অন্যতম বৃহৎ কোম্পানী এমাজনৰ কাৰ্যবাহী বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। এমাজনে গাঞ্জাৰ হোম ডেলিভাৰী কৰাৰ বাবে ৰুজু এই গোচৰ। এই সম্পৰ্কে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পিছত আৰক্ষীয়ে এই গোচৰ ৰুজু কৰে।

Read more

পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমবাৰলৈ সদৌ অসম ভিত্তিত আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি।

পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমবাৰলৈ সদৌ অসম ভিত্তিত আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি।ৰবীন্দ্ৰ ভৱনত আৰম্ভ হয় প্ৰতিযোগিতাখনি।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই বন্তি প্ৰজ্বলেনেৰে আৰম্ভ কৰে প্ৰতিযোগিতাখনিৰ।তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই।অসমৰ বিভিন্ন প্ৰান্তৰ ৩০…

Read more

পুনৰ আৰক্ষীৰ এনকাউন্টাৰ৷

হোজাইৰ ডবকাত নিশা আৰক্ষীৰ এনকাউন্টাৰ৷ কুখ্যাত বাইক চোৰ জাকিৰক এনকাউন্টাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ ফলত আৰক্ষীয়ে গুলীয়াই জাকিৰক৷ নিশা তিনি বজাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত বাইক চোৰতোৱে৷ যোৱা ১৪ নৱেম্বৰত ডবকা আৰক্ষীয়ে হোজাইৰ…

Read more

Police ৰ ষ্টিকাৰ লগোৱা Creta বাহনে মহতিয়ালে দুচকীয়া বাহনক

পথ দুৰ্ঘটনাক লৈ মহানগৰীত পুনৰ ৰহস্য। Police ৰ ষ্টিকাৰ লগোৱা Creta বাহনে গণেশ মন্দিৰৰ সমীপত মহতিয়াই নিয়ে দুচকীয়া বাহনক। গুৰুতৰভাৱে আহত বাহনৰ চালক। দুৰ্ঘটনাৰ পাছতেই প্ৰত্যক্ষদৰ্শীৰ প্ৰহাৰ চাৰিচকীয়া বাহনৰ চালকসহ এজনক। ঘটনাস্থলীত দিছপুৰ যানবাহন আৰক্ষী উপস্থিত। বাহনখনৰ পৰা এটা পিষ্টল…

Read more
Back To Top