Skip to content

আজি শেষ হ’ব পল্টনবজাৰৰ পূজাৰী হত্যাকাণ্ডৰ অভিযুক্তৰ জিম্মা ম্যাদ।

আজি শেষ হ’ব পল্টনবজাৰৰ পূজাৰী হত্যাকাণ্ডৰ অভিযুক্তৰ জিম্মা ম্যাদ। ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল পূজাৰীৰ অভিযুক্ত পত্নী মৌচুমী চক্ৰৱৰ্তী, জ্যেষ্ঠ কন্যা।উপৰ্যুপৰি জেৰাৰ পিছতো মুখ খোলা নাই অভিযুক্ত পত্নী, জ্যেষ্ঠ কন্যাই ।স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি দুয়োকে CJM আদালতত হাজিৰ কৰা হয়।

Read more

অসমত বৃদ্ধি পাব বিশ্ববিদ্যালয়ৰ সংখ্যা।

ৰাজ্যৰ ৫ মহাবিদ্যালয়ক দিয়া হ'ব বিশ্ববিদ্যালয়ৰ মৰ্যাদা।শিৱসাগৰ, লখিমপুৰ, যোৰহাটৰ জে বি কলেজ সন্দিকৈ কলেজক দিয়া হ’ব বিশ্ববিদ্যালয়ৰ মৰ্যদা।আগন্তুক দুবছৰৰ ভিতৰত এই মহাবিদ্যালয় কেইখনক উত্তৰণ কৰা হ’ব শ্ববিদ্য়ালয়লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষণা কৰে।আনহাতে এতিয়াৰে পৰা হ’ব অনলাইনযোগে শিক্ষকৰ…

Read more

ৰাস মহোৎসৱৰ দিনাই কামপুৰত সংঘটিত হল শোকাৱহ দুৰ্ঘটনা।

ৰাস উৎসৱৰ আনন্দৰ মাজতেই কামপুৰত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ ঘটনা।কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত ৰাস নাচিবলৈ আহি মৃত্যু মুখত পৰিল এগৰাকী ছাত্ৰী। মৃত্যু হোৱা ছাত্ৰীগৰাকী কামপুৰ মহগৰীয়াআটিৰ মাম্পী বৰা বুলি জানিব পৰা গৈছে। মাম্পী কামপুৰ মাধৱ কন্দলী জুনিয়ৰ কলেজৰ…

Read more

অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্থ।

অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্থ।এম আই-৭০ শ্ৰেণীৰ হেলিকপ্টাৰখনত আছিল দুজন পাইলট।বায়ু সেনাৰ এই হেলিকপ্টাৰখন অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয়।ইৰ্ষ্টাণ অৰুণাচলত এই দুৰ্ঘটনা সংঘটিত হৈছে।হেলিকপ্টাৰ খনৰ দুৰ্ঘটনাৰ সন্দৰ্ভত বায়ু সেনা কৰ্তৃপক্ষই দিছে তদন্তৰ নিৰ্দেশ।

Read more

গুৱাহাটীৰ উজান বজাৰ ঘাটত অঘটত

গুৱাহাটীৰ উজান বজাৰ ঘাটত অঘটত। ৰখাই থোৱা জাহাজত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ড সংঘটিত হোৱা জাহাজ খনৰ নাম চুকাফা। জাহাজখনৰ ভিতৰত আৱদ্ধ হৈ আছিল তিনিজনকৈ লোক। কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও কথমপি ৰক্ষা পৰে তিনিজনলোক। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মিভূত জাহাজ খন।…

Read more

কামপুৰৰ শ্ৰী শ্ৰী ৰন্তাৱলী থানৰ মনিকুটৰ বেদীত ভাগৱত পুন:প্ৰতিস্থা

সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰ মাজৰে আজি কামপুৰৰ শ্ৰী শ্ৰী ৰত্নাৱলী থানৰ মনিকুটৰ বেদীৰ পুন: ভাগৱত ভাগ প্ৰতিস্থা কৰা হয়। ভাগৱত প্ৰতিস্থা কৰে হাৰিয়ামুখ সত্ৰৰ সত্ৰাধিকাৰ নয়ন জ্যোতি গোস্বামীয়ে।এই উপলক্ষে পুৱা বন্তুি প্ৰজ্জ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে লক্ষী কান্তু দাসে। ইয়াৰ পিছতে ধৰ্ম…

Read more

আজি হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন

আজি হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন। আজি ৫০ বছৰত ভৰি দিলে জুবিন গাৰ্গে। তেখেতৰ জন্মদিন উপলক্ষে ঠায়ে ঠায়ে অনুৰাগীয়ে উদযাপন কৰিছে জন্মদিন। জুবিন গাৰ্গ ৰ জন্মদিন উপলক্ষে তেখেতৰ বাসগৃহত যথেষ্ট সংখ্যক অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু নিশাৰ ভাগৰ পৰাই জুবিন…

Read more

কাইলৈ হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন

কাইলৈ হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন। জন্মদিন উপলক্ষে আগতীয়াকৈ আয়ুৰচন্দ্ৰ হস্পিতালৰ বিশেষ পদক্ষেপ। আগতীয়াকৈ উদযাপন কৰিছে জুবিন গাৰ্গৰ জন্মদিন। শিল্পী গৰাকীক লগত লৈ বৃদ্ধশ্ৰমৰ আইতা সকলক বিনামূলীয়লকৈ স্বাস্থ্য পৰীক্ষা প্ৰদান কৰা হৈছে। ৰোগী আৰু স্বাস্থ্য কৰ্মীৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰিছে…

Read more

মহানগৰীৰ খানাপাৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনা।

মহানগৰীৰ খানাপাৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী I20 বাহনে খুন্দা মাৰে এখন গাখীৰভৰ্তি বলেৰো পিক আপ ভানত। I20 বাহনখনৰ খুন্দাত ৰাজপথত বাগৰি পৰে বলেৰ' পিক আপ ভানখন।দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োখন বাহনৰ চালক তথা আৰোহীসকল। লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত হয় দুয়োখন বাহন। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি…

Read more

খানাপাৰাৰ ষ্টাফ কলেজত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ সংবাদ মেল

খানাপাৰাৰ ষ্টাফ কলেজত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ সংবাদ মেল। নতুন শিক্ষা নীতিক লৈ অনুষ্ঠিত হ'ব বিশেষ শৈক্ষিক সন্মিলন। অহা ২০-২১ নৱেম্বৰত অনুষ্ঠিত হব উত্তৰ পূব শৈক্ষিক সন্মিলন। সন্মিলনত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ…

Read more
Back To Top