Skip to content

ৰাজভৱনত ৭২ সংখ্যক সংবিধান দিৱস উদযাপন

সংবিধান দিৱসৰ উপলক্ষে ৰাজভৱনত ৭২ সংখ্যক সংবিধান দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী, প্ৰাক্তন মুখ্য ন্যায়ধীক্ষ BP কটকী, শিক্ষা বিভাগৰ advisor ননী গোপাল মহন্ত আৰু অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি।

Read more

মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস উদযাপন

আজি মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস উদযাপন কৰা হয়। ৰাজ্যৰ সমাজ কল্যাণ সঞ্চালকালয়ে আয়োজন কৰে এই সভা। ২৫ নৱেম্বৰ বৃহস্পতিবাৰৰ পৰা পষেকযোৰা কাৰ্যসূচীৰে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা সকলো ধৰণৰ হিংসা প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস উদযাপনৰ এই সিদ্ধান্ত গ্ৰহণ কৰা…

Read more

মহানগৰীৰ বেলতলা বজাৰত যোগান বিভাগৰ অভিযান

মহানগৰীৰ বেলতলা বজাৰত যোগান বিভাগৰ অভিযান। শাক-পাচলি, আলু-পিয়াজৰ দোকানে দোকানে চলিল অভিযান। আলু পিয়াঁজ, শাক-পাচলিৰ নিৰ্দিষ্ট দাম বান্ধি দিলে যোগান বিভাগে। আজি জৰিমনা বিহা নাই, এটা সুযোগ দিছে যোগান বিভাগে। কাইলৈৰ পৰা আৰম্ভ কৰিব এক্সন। পিয়াঁজ ৪৫ আলু ২৫, ফুলকবি…

Read more

পুনৰ আৰম্ভ হ’ব “কা” বিৰোধী আন্দোলন

পুনৰ আৰম্ভ হ'ব "কা" বিৰোধী আন্দোলন। আন্দোলনৰ দিন ঘোষণা লুৰিন জ্যোতি গগৈৰ। ১১ তাৰিখৰ দিনটোতে পুনৰ আৰম্ভ হ'ব "কা" ৰ বিৰুদ্ধে আন্দোলন। ১১ তাৰিখৰ দিনটোতে "কা" গৃহীত কৰা হৈছিল। সেয়েহে ১১ তাৰিখৰ দিনটো কলা দিন হিচাপে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব…

Read more

বঙাইগাঁৱত দ্বিতীয়খন কেবিনেট বৈঠক

আজি বঙাইগাঁৱত দিছপুৰৰ বাহিৰত ধেমাজিৰ পিছত দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত কেইবাটিও প্ৰকল্পৰ শুভ উদ্ধোধন কৰাৰ লগতে আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ এই অনুষ্ঠানৰ উপলক্ষে জিলাখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷ দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হয়…

Read more

নাকচ হৈছে শুনানীৰ অন্তত ৰাজকন্যাই লাভ কৰা জামিন

ৰাজকন্যাৰ জামিনৰ বিৰুদ্ধে চৰকাৰি পক্ষৰ আৱেদন। গ্ৰেপ্তাৰৰ পিছদিনাই ৰাজকন্যাই পোৱা জামিন নাকচ। কামৰূপৰ সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে ৰাজকন্যাৰ জামিন। গোচৰটোত জামিন পোৱা বাবে আন এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল ৰাজকন্যা। নাকচ হৈছে শুনানীৰ অন্তত ৰাজকন্যাই লাভ কৰা জামিন।

Read more

মহানগৰীত প্ৰায় ডেৰ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ।

মহানগৰীত প্ৰায় ডেৰ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ।আৰক্ষীৰ অভিযানত জব্দ ৫০ হাজাৰ নিচাযুক্ত টেবলেট। ISBTত জব্দ কৰিছিল এই বৃহত্‍ পৰিমাণৰ নিচাযুক্ত টেবলেট।ড্ৰাগছ সৰবৰাহত জড়িত মহম্মদ ছালামুদ্দিন নামৰ এজনক গ্ৰেপ্তাৰ কৰে।

Read more

আজি লাচিত দিৱস

আজি লাচিত দিৱস।ৰাজ্যৰ ভিন্ন প্ৰান্তত শৰাইঘাটৰ ৰণৰ সেনাপতিক স্মৰণ।১৬৭১ৰ শৰাইঘাটৰ ৰণত পৰাজিত কৰিছিল মোগলক।অসমীয়াৰ সাহসিকতাৰ আন এক নাম লাচিত বৰফুকন। ফাঁচীবজাৰৰ লাচিতঘাটত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Read more

মহানগৰীৰ বিজয়নগৰত উদ্ধাৰ এটি মৃতদেহ

মহানগৰীৰ বিজয়নগৰত উদ্ধাৰ হৈছে এটি মৃতদেহ। ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে মৃতদেহটো। ইতিমধ্যে চিনাক্ত হৈছে মৃতদেহটো। মৃতদেহটো বৰা গাঁৱৰ হিমাংশু দাস নামৰ যুৱকজনৰ বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোক আহি বৰ্তমান উপস্থিত হৈছে মৃতদেহৰ কাষত। অবশ্যে মৃত্যুৰ কোনো কাৰণ এতিয়ালৈ জানিব…

Read more

জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্বভাৰ ল’লে বিদ্যাসাগৰে।

জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্বভাৰ ল’লে কণ্ঠশিল্পী বিদ্যাসাগৰে। গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ পদ শুৱনি কৰিব কণ্ঠশিল্পীগৰাকীয়ে। প্ৰাক্তন অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত দায়িত্ব গ্ৰহণ বিদ্যাসাগৰৰ।শুভ লগ্ন অনুযায়ী মাংগলিক ৰীতি নীতিৰে দিনৰ মঙলবাৰে জ্যোতি চিত্ৰবনৰ ১১.১৫ বজাত ২৫ সংখ্যক অধ্যক্ষৰ দায়িত্ব…

Read more
Back To Top