skip to Main Content

লাখটকীয়াৰ ইণ্ডাষ্ট্ৰিয়েল কো’অপাৰিটিভ বেংকত বিত্তীয় কেলেংকাৰীৰ অভিযোগ

লাখটকীয়াৰ দি ইণ্ডাষ্ট্ৰিয়েল কো'অপাৰিটিভ বেংকত বিত্তীয় কেলেংকাৰীৰ অভিযোগ। মঙলবাৰৰ অভিযানৰ পাছত আজি পুনৰ পান বজাৰ আৰক্ষীৰ লগতে RBI দলৰ অভিযান। তন্ন তন্নকৈ পৰীক্ষা কৰা হয় বেংকৰ নথি-পত্র।

Read More

লতাশিল আৰক্ষীৰ অভিযানত জব্দ গাঞ্জা

পুণৰ লতাশিল আৰক্ষীৰ অভিযানত জব্দ হয় গাঞ্জা৷ ৫ কেজি গাঞ্জা জব্দ কৰিলে Special Operation Groupএ। ৰৌটাৰ পৰা চিটি বাছত আনিছিল গাঞ্জাখিনি৷ বোন্দাত SOGয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। গাঞ্জা ক্ৰয়-বিক্ৰিৰে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিলীপ দৈমাৰী নামৰ লিকজনে…

Read More

মহানগৰী বশিষ্ঠত ডকাইতি কাণ্ড

মহানগৰী বশিষ্ঠত ডকাইতি কাণ্ড। ওজা হুন্ডাইৰ সমীপত সংঘটিত হয় ডকাইতৰ ঘটনাটো। দিনদুপৰতে গাড়ী ভাঙি ডকাইতে ২ লাখ টকা লুট ৰ চেষ্টা। MZ01K2747 নম্বৰৰ বলেৰু গাড়ীৰ গিলাচ ভাগি লুটৰ চেষ্টা ডকাইতৰ। স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম দিয়ে ডকাঁইটক।

Read More

Auto Debit Payment Systemত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Auto Debit Payment System ত অহা মাহৰ পৰা অৰ্থাৎ ১ অক্টোবৰৰ পৰা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। নতুন অটো ডেবিট পৰিশোধ প্ৰণালীটো অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই নিয়মৰ অধীনত, বেঙ্ক আৰু ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পেটিএম-ফোন পে কিস্তি বা বিলৰ ধন…

Read More

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কোনে পিন্ধিলে ৰাজস্থান ৰয়েলছৰ জাৰ্ছী!

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে পিন্ধিলে ৰাজস্থান ৰয়েলছৰ জাৰ্ছী। জাৰ্ছী পিন্ধি জুবিনে ক'লে মই এইবাৰ IPLৰ চলিত ছিজনত ৰাজস্থানক সমৰ্থন কৰিছো। লগতে ৰাজস্থান ৰয়েলছৰ হৈ চলিত IPLত খেলা অসম সন্তান ৰিয়ান পৰাগক শুভেচ্ছা জনায় জুবিন গাৰ্গে।

Read More

সৰ্বভাৰতীয় বক্সিঙত চেম্পিয়নেৰে বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন শিৱ থাপাৰ

অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই। কৰ্ণাটকৰ বিলেৰীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অৰ্জুন বটা বিজয়ী শিৱ থাপাই।

Read More

দুমাহ পিছত জে’লৰ পৰা ওলাল ৰাজ কুন্দ্ৰা

পৰ্ণগ্ৰাফীৰ গোচৰত যোৱা ২ মাহ ধৰি কাৰাগাৰত থকা শিল্পা চেট্টী ৰ স্বামী ৰাজ কুন্দ্ৰা ক জামিন প্ৰদান। সোমবাৰে মুম্বাইৰ দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে তেওঁক। আজি কাৰাগাৰৰ পৰা ওলাই আহে ৰাজ কুন্দ্ৰা। মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট এছ বি ভাজিপালে ৫০,০০০ টকাৰ…

Read More

ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কেন্দ্ৰিয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ৰাজ্য সভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ। সোণোৱালক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।লগতে উপস্থিত থাকে অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব। সোণোৱালে দিছপুৰৰ অসম বিধানসভাত দাখিল কৰিছে মনোনয়ন।৪ অক্টোবৰত অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।

Read More

ৰাজ্যজুৰি ভূ মাফিয়াৰ বিৰুদ্ধে প্ৰশাসন-আৰক্ষীৰ অভিযান।

সোমবাৰে নিশা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪৫৩টা মাটিৰ দালালক।গুৱাহাটীৰ পৰা আটক কৰা হৈছে ২২ টা মাটিৰ দালালক।ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিও মাটিৰ দালালৰ অভিযোগত আটক হৈছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এই…

Read More
Back To Top