skip to Main Content

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

প্রতি দিনে বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ দাম। সাধাৰণ জনতাৰ মূৰত মাধমাৰ। শনিবাৰে পুনৰ মূল্য বৃদ্ধি কৰিলে চৰকাৰী তেল সংস্থাসমূহে। আজিৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৩৫ পইচা দাম বৃদ্ধি পাইছে। ফলত ৰাজধানী চহৰত পেট্ৰ'লৰ দাম হৈ পৰিল ১০৮.৯৯ টকা। পেট্ৰ'লৰ লগতে ডিজেলতো বাঢ়িল ৩৫ পইচা।…

Read More

গোৱাৰ পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ মন্তব্য

গোৱাৰ পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শক্তিশালী হ'ব, কিয়নো কংগ্ৰেছ দলে ৰাজনীতিক ছিৰিয়াছলী লোৱা নাই। তীৰ্ণমূল কংগ্ৰেছে ঘোষণা কৰিছে যে আগন্তুক গোৱা বিধানসভা নিৰ্বাচনত ৪০খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। মমতা বেনাৰ্জীয়ে…

Read More

পুনৰ উত্তপ্ত অসম মিজোৰাম সীমান্ত

পুনৰ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্ত। সীমান্তৱৰ্তী কচুৰথলত পুনৰ উত্তেজনাময় পৰিবেশ। নিশা আন্ত:ৰাজ্য সীমান্তত থকা ভাইছেৰা বিঅ'পিৰ সমীপত সংঘটিত হয় বিষ্ফোৰণৰ ঘটনা। জিলেটিন ষ্টিক ব্যবহাৰ কৰি বিষ্ফোৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বিষ্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা…

Read More

আজি অনুষ্ঠিত হয় পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি অনুষ্ঠিত হয় থাওৰা, মৰিয়নী,গোঁসাইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰৰ উপ–নিৰ্বাচন। পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

Read More

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড।

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড। এইবাৰ খানাপাৰাত উদ্ধাৰ যুৱতীৰ ভৰি।এটা বস্তাত ভৰাই পেলাই থৈ গৈছিল যুৱতীৰ ভৰিখন।খানাপাৰাৰ উৰণীয়া সেতুঁৰ তলত উদ্ধাৰ হৈছে কাটি থোৱা ভৰিখন।ঘটনাস্থলীত উপস্থিত আৰক্ষী।ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Read More

কাইলৈ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।

কাইলৈ ৰাজ্যৰ ৫ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগ্ৰহণৰ বাবে কেন্দ্ৰসমূহলৈ ৰাওনা বিষয়া-কৰ্মচাৰী। ৭.৯৬ লাখ ভোটাৰে কাইলৈ ভাগ্য নিৰ্ণয় কৰিব ৩১ প্ৰাৰ্থীৰ। প্ৰচাৰত অস্তিত্ব নাথাকিলেও ভোটকেন্দ্ৰত থাকিব কঠোৰ কোভিড বিধি। ৫ সমষ্টিৰ ১,১৭৬ টা কেন্দ্ৰত গ্ৰহণ কৰা হ’ব উপ-নিৰ্বাচনৰ ভোট। ভোটগ্ৰহণ প্ৰক্ৰিয়াত…

Read More

বৃহস্পতিবাৰে পাঁচটা বিভাগৰে বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বৃহস্পতিবাৰে পাঁচটা বিভাগৰে পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ কৰ, আবকাৰী, বন-ভূমি, ৰাজহ, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ পৰ্যালোচনা কৰি মুখ্য ৰাজহ উপাৰ্জনকাৰী বিভাগ কেইটাক শক্তিশালী কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

Read More

বিদেশলৈ প্ৰধানমন্ত্ৰী মোদী ভ্ৰমণ

চাৰিদিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰীয়ে।ইটালী, ইংলেণ্ড অভিমুখে যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। G20, COP-26ৰ বিশ্ব নেতা সন্মিলনত অংশ ল’ব মোদীয়ে।ৰোমত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ভেটিকাণ চিটীত পোপকো সাক্ষাত্‍ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। কৰোনাৰ পিছত প্ৰথমবাৰলৈ G20ৰ এয়া হ’ব মুখামুখি…

Read More

ফেচবুক কোম্পানীৰ নাম সলনি হ’ব।

Facebookৰ নাম একেই থাকিব।কোম্পানীৰ নামহে সলনি হ'ব।বৃহস্পতিবাৰে ফেচবুকৰ চিফ এক্সিকিউটিভ অফিচাৰ (CEO) তথা প্রতিষ্ঠাতা মার্ক জুকাৰবার্গ সংস্থাৰ নতুন নাম ঘোষণা কৰে।এতিয়াৰ পৰা ইয়াৰ নাম হ'ব Meta (Metaverse). কোম্পানীটোৰ অধীনত থকা এপ্লিকেচন (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ)ৰ নাম একেই থাকিব।

Read More

উপ–নিৰ্বাচনলৈ মন্তব্য ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাৰ!

উপ–নিৰ্বাচনত কংগ্ৰেছ দলে ৫টা সমষ্টিতে জয়ী হোৱাৰ আশাবাদী ৰিপুণ বৰা। ৰাইজৰ দল, AIUDFৰ লগতে অন্যান্য আঞ্চলিক দলৰ সৈতে মিত্ৰতা হ’লে ভাল আছিল, বিশেষকৈ থাওৰা, ভৱানীপুৰ সমষ্টিত: এই মন্তব্য ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাৰ।

Read More
Back To Top