skip to Main Content

এইবাৰ গুৱাহাটীৰ আজাৰাত অসম আৰক্ষীৰ এনকাউণ্টাৰ।

গুৱাহাটীৰ আজাৰাত অসম আৰক্ষীৰ এনকাউণ্টাৰ। দুৰ্ধৰ্ষ গাড়ীচোৰ আকাশদীপ সিং আৰক্ষীৰ গুলীত আহত।আজাৰা আৰক্ষীয়ে আটক কৰিছিল গাড়ীচোৰ আকাশদীপক।

Read More

মহানগৰীত নতুন ই-লাৰ্নিং প্লেটফৰ্ম ‘জ্ঞানস্ৰোত’ মুকলি

মহানগৰীত নতুন ই-লাৰ্নিং প্লেটফৰ্ম 'জ্ঞানস্ৰোত' মুকলি। প্ৰথম পৰ্যায়ত ৯ টা ভাষাত উপলব্ধ। সমগ্ৰ দেশৰ ২৩ খন ৰাজ্য, ৪খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৪ খন শিক্ষা পৰিষদক সামৰি লৈছে "জ্ঞানস্ৰোত"এ। অসমৰ পৰাই আৰম্ভ হ'ব ই-লাৰ্নিঙৰ এই নতুন যাত্ৰা। ছেবাৰ বাবে 'জ্ঞানস্ৰোত'…

Read More

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নৱতম তাৰকা অম্লান বৰগোহাঁইৰ সাফল্য।

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নৱতম তাৰকা অম্লান বৰগোহাঁইৰ সাফল্য। ২০০ মিটাৰত ২০.৭৫ ছেকেণ্ডত ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন অম্লানৰ। ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ সোণৰ পদক লাভ অম্লানৰ। অসম এথেলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ শুভেচ্ছা।

Read More

গুৱাহাটীৰ হাতীগাঁৱত গুলীচালনাৰ ঘটনা।

গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীত গুলীচালনাৰ ঘটনা।এখন গাড়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।ড্ৰাগ্ছৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে। ড্ৰাগ্ছ সৰবৰাহকাৰীৰ এখন গাড়ী জব্দ কৰে আৰক্ষীয়ে।ড্ৰাগছ এৰি পলাল ৪ পেডলাৰ। এখন কিয়া ছেলট’জত আহিছিল ৪ পেডলাৰ। আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়ন কৰে পেডলাৰ কেইটাই।

Read More

বাৰ্থডে’ নহয়, অসমত মহা ব্যৰ্থতা ডে’ উদযাপন কৰিব লাগে: কংগ্ৰেছ নেতা ৰাণা গোস্বামী

বাৰ্থডে' নহয়, অসমত মহা ব্যৰ্থতা ডে' উদযাপন কৰিব লাগে বুলি মন্তব্য কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ।যোৰহাটৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে বিজেপিয়ে অসমত প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন ২০ দিন ধৰি উদযাপন কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। ৰাজ্যৰ শোচনীয় পৰিস্থিতিৰ সময়ছোৱাত…

Read More

‘লায়নছ ক্লাব অফ গুৱাহাটী’ৰ প্ৰশংসনীয় পদক্ষেপ

গুৱাহাটী মহানগৰী পৰিষ্কাৰৰ বাবে লায়নছ ক্লাব অফ গুৱাহাটীয়ে ল'লে গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰবাসীয়ে উদযাপন কৰিলে বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা। বিশ্বকৰ্মা পূজাৰ পিছত একাংশই মহানগৰীৰ পদ পথত দৃষ্টিকটুভাবে বিশ্বকৰ্মাৰ প্ৰতিমাসমূহ আৱৰ্জনা কৰি পেলাই থোৱা পৰিলক্ষিত হয়। মহানগৰীখনক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি…

Read More

জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসান

জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসান। কৰ্ণাটকৰ কৰ্গত নিশা ২ বজাত হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত‍্যাগ কৰে বিশিষ্ট আইনজ্ঞগৰাকীয়ে। অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল আছিল নিলয় দত্ত।

Read More

ৰাজ্যসভাৰ উপ-নিৰ্বাচনত অসমৰ প্ৰাৰ্থী হ’ব সৰ্বানন্দ সোণোৱাল

৪ অক্টোবৰত অনুষ্ঠিত হ'ব অসমৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে নিৰ্বাচন।শনিবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক ৰাজ্য সভা নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ নাম মনোনিত কৰে। বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছৰে পৰা ৰাজ্যসভাত খালী হৈ আছে এখন আসন।২১ছেপ্তেম্বৰত গুৱাহাটীলৈ আহি ২২ছেপ্তেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে।সোণোৱালৰ লগতে…

Read More

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ ভাওনা।

মৰিয়নিৰ নকচাৰীত দস্যু ৰত্নাকৰ মুক্তি লাভ শীৰ্ষক নাটকত ঋষি গৰ্গমুনিৰ ভাওঁত শুকুৰবাৰে নিশা অভিয়ন কৰে মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।সন্মুখত উপনিৰ্বাচন।সেয়ে নিতৌ ন ন ৰূপত অবতাৰ গ্ৰহন কৰিছে মৰিয়নিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।

Read More

মহানগৰীৰ ধীৰেণপাৰাত নিশা নিচাসক্ত যুৱক-যুৱতীৰ অসামাজিক কাৰ্যকলাপ।

মহানগৰীৰ ধীৰেণপাৰাত নিশা নিচাসক্ত যুৱক-যুৱতীৰ অসামাজিক কাৰ্যকলাপ। বাধা দিবলৈ যোৱা যুৱকক প্ৰহাৰ উদণ্ড যুৱকৰ। নিচাসক্ত যুৱতীৰ অভব্য আচৰণ।

Read More
Back To Top