Skip to content

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। শ্ৰীনগৰৰ ঈদগাহ সংগম অঞ্চলত থকা চৰকাৰী বিদ্যালয়ত আক্ৰমণ। আক্ৰমণত বিদ্যালয়খনৰ দুগৰাকীকৈ শিক্ষক নিহত। ঘটনাৰ আঁৰত পাকিস্তানৰ এজেঞ্চি জড়িত থকা বুলি উল্লেখ DGP দিলৱাগ সিঙৰ।

Read more

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জামিন নাকচ ৰাজকন্যাৰ

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জামিন নাকচ ৰাজকন্যাৰ। এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰাজকন্যা বৰুৱাক। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীৰ অনুজ্ঞাপত্ৰ জব্দ কৰাৰ নিৰ্দেশ। পৰিবহণ বিভাগক এই নিৰ্দেশ আদালতৰ।

Read more

দেশত ৩৬ টাকৈ অক্সিজেন প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশত ৩৬ টাকৈ অক্সিজেন প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ মুঠ ৩৬ টা অক্সিজেন প্ৰকল্পৰ এটা শিলচৰ মেডিকেল কলেজ হাস্পতালতো উদ্বোধন। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে প্ৰকল্পকেইটা।

Read more

ৰৌণক আলী হাজৰিকা অসুস্থ, জিএমচিএইচত চিকিৎসাধীন

আৰক্ষীৰ জিম্মাত অসুস্থ হৈ পৰে ৰৌণক আলী হাজৰিকা।অসুস্থতাৰ পাছতে GMCHত ভৰ্তি কৰা হয় হাজৰিকাক।হঠাতে হৃদৰোগত আক্ৰান্ত হৈ পৰে ৰৌণক আলী হাজৰিকা।

Read more

মহানগৰীত ভয়ংকৰ ঘটনা।

মহানগৰীৰ ভঙাগড়ত সংঘটিত ভয়ংকৰ ঘটনা।চোকা অস্ত্ৰৰে দুৰ্বৃত্তই আক্ৰমণ কৰিলে বিশাল ৰয় নামৰ যুৱক এজনক ।মঙলবাৰে গুৱাহাটীত সংঘটিত হৈছিল গুলীবৰ্ষণৰ ঘটনা।দিনকদিনে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে অপৰাধৰ সংখ্যা।বিশাল ৰয়ৰ হত্যাত অভিযুক্ত ৩জনক গ্ৰেপ্তাৰ।গ্ৰেপ্তাৰ ছাহিদুৰ ৰহমান, হজৰত আলী, নুৰ আলম।

Read more

জালুকবাৰীৰ এটা কুঁৱাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ।

জালুকবাৰীৰ এটা কুঁৱাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ।কিশোৰী গৰাকীৰ নাম সুনীতা দেৱী বুলি চিনাক্ত কৰা হৈছে। পাণ্ডু অগ্নি আৰু জৰুৰীকালীন সেৱা, এছডিআৰএফয়ে ২৫ ফুট গভীৰতাৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ। যতীন বৰ্মন নামৰ লোক এজনৰ চৌহদত থকা কুঁৱাত উদ্ধাৰ মৃতদেহটো। যতীন বৰ্মন মৃত…

Read more

সোণাপুৰত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু

সোণাপুৰত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু।খাদ্যৰ সন্ধানত ওলাই আহিছিল নাহৰফুটুকীটো। সোণাপুৰৰ দিচাং ৰিজ'ৰ্টৰ সমীপত বাহনৰ খুন্দাত মৃত্যু।

Read more

ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদ মেল।

ৰাজ্যত হ’বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি এই সংবাদ মেল।ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাদেই সম্বোধন কৰে এই সংবাদ মেল।উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোট গ্ৰহণ।ভোট গ্ৰহণৰ সময়ত কোভিড-১৯ ৰ কঠোৰ বিধি মানি চলা হ’ব।সকলোৱে কোভিড-১৯ৰ…

Read more

আজি গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী

গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।ভাগ লয় কেইবাটাও অনুষ্ঠানত ।পৰিদৰ্শন কৰে গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ প্ৰকল্প।বিয়লি শংকৰদেৱ কলাক্ষেত্ৰত RTPS প'ৰ্টেল মুকলি কৰে।

Read more

আজি মহালয়া।

আজি শুভ মহালয়া। ঘোঁৰাত উঠি ধৰালৈ আগমন ঘটিল দুৰ্গতি নাশিনী মা দুৰ্গাৰ। সমান্তৰালকৈ পুৱাৰে পৰা মা দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ।

Read more
Back To Top