skip to Main Content

মহানগৰীৰ টাউন ক্লাৱত অসম ক্রিকেট সন্থাৰ উদ্যোগত বঁটা বিতৰণী অনুষ্ঠান।

মহানগৰীৰ টাউন ক্লাৱত অসম ক্রিকেট সন্থাৰ উদ্যোগত।দ্বিতীয় বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান।ৰাজ্যৰ ১২ টা ক্ৰিকেট ক্লাৱক বঁটাৰ লগতে ১লাখ টকাৰ চেক সহ মানপত্ৰ বিতৰণ কৰে।অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰীড়ামন্ত্ৰী বিমল বৰা।

Read More

পুনৰ নিমাতী ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

নিমাতী ঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় নাও দুৰ্ঘটনাৰ দোষীৰ বিৰুদ্ধে অহা তিনি মাহৰত ভিতৰত দাখিল কৰা হ'ব অভিযোগনামা আৰু ফেৰী চলাচল আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ নিমিত্তে জল পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা কেতবোৰ পদক্ষেপৰ বিষয়ে বুজ লয় মুখ্যমন্ত্ৰী…

Read More

দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰৰ নতুন SOP

আহল বহল হ'ব লাগিব পুজা মণ্ডপ৷ প্ৰৱেশ আৰু প্ৰস্থান হ'ব লাগিব বেলেগ৷ পুজা মণ্ডপ সন্দেহজনক হ'লে জিলা প্ৰশাসনে টেষ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব। স্বেচ্ছাসেৱী, পুৰোহিত সকলোৱে লব লাগিব এপালি ভেকচিন। প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন…

Read More

অসমত বিশেষ মেট্ৰিক পৰীক্ষা

বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হ’ল।আগন্তুক ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক পৰীক্ষা। ১ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা।৪ অক্টোবৰত অনুষ্ঠিত হ’ব গণিত বিষয়ৰ পৰীক্ষা।৮ অক্টোবৰত অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ৰ পৰীক্ষা।৯ অক্টোবৰত…

Read More

ৰাজ্যত পুনৰ ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী

১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ 'মেগা কোভিড ভেকচিনেচন' কাৰ্যসূচী হাতত ল'ব স্বাস্থ্য বিভাগে। কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। আজি সংবাদ মেলযোগে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই ঘোষণা কৰে।

Read More

প্ৰচণ্ড ধুমুহা-বৰষুণ

তিতাবৰত প্ৰচণ্ড ধুমুহা-বৰষুণ। নগৰৰ মাজমজিয়াত প্ৰকাণ্ড গছ পৰি বন্ধ হৈ পৰিছে যাতায়ত। তিতাবৰ পৰা যোৰহাট সংযোগী গড় আলিৰো পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। সমগ্র তিতাবৰতে বিদ্যুৎ যোগান ব্যাহত।

Read More

কাইলৈ আৰম্ভ হ’ব স্পেচ এক্সৰ নতুন মহাকাশ অভিযান

কাইলৈ আৰম্ভ হ'ব স্পেচ এক্সৰ নতুন মহাকাশ অভিযান। বহুদিনৰ অন্ততঃ কাইলৈ ইলন মাস্কৰ কোম্পানী স্পেচ এক্সৰ তত্ত্বাৱধানত চাৰিজনীয়া এটা দলে মহাকাশ ভ্ৰমণ কৰিব। ১৬ ছেপ্টেম্বৰত ভাৰতীয় সময় মতে পুৱা ৫.৩২ বজাত আৰম্ভ হ'ব এই অভিযান।

Read More

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল। APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাত দিয়া হৈছিল অভিযোগ। এই অভিযোগৰ তদন্তৰ বাবেই বিশ্ববিদ্যালয়ত CM ভিজিলেঞ্চৰ দল। পৰীক্ষাৰ দায়িত্বত থকা বোৰ্ডৰ প্ৰতিগৰাকী সদস্যক সোধা-পোছা দলটোৰ। দলটোৰ…

Read More

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ জ্যেষ্ঠ নাৰ্ছ ৰজিলা ৰয়লৈ ৰাষ্ট্ৰীয় ফ্লোৰেঞ্চ নাইটিংগেল পুৰস্কাৰ

অসমৰ জ্যেষ্ঠ নাৰ্ছ ৰজিলা ৰয়লৈ ৰাষ্ট্ৰীয় ফ্লোৰেঞ্চ নাইটিংগেল পুৰস্কাৰ। কোভিড পৰিস্থিতিৰ বাবে ভাৰ্চুৱেলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিলে ২০২০ বৰ্ষৰএই পুৰস্কাৰ। অসমৰ ৰজিলা ৰয়সহ দেশৰ ৫১ গৰাকী নাৰ্ছিং কৰ্মীক প্ৰদান কৰিলে এই পুৰস্কাৰ। ৰজিলা ৰয় গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ…

Read More
Back To Top