Skip to content

APDCL নিযুক্তিৰ পৰীক্ষাত কেলেংকাৰি

APDCL নিযুক্তিৰ পৰীক্ষাত বিয়াগোম কেলেংকাৰি।১০জন লোকক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। নিশা মহানগৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই CM ভিজিলেন্সৰ।APDCLৰ ১,৬০০ পদত নিযুক্তিৰ পৰীক্ষাত অনিয়ম বাবে ২০১৯বৰ্ষৰ APDCLৰ পৰীক্ষা বাতিল। পুনৰ অনুষ্ঠিত হব এই পৰীক্ষা। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।গ্ৰেপ্তাৰ…

Read more

২০২০ চনৰ হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

২০২০ চনৰ হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল। বিজ্ঞাপন অনুসৰি খালি হৈ থকা ১৫৫৩ টা পদৰ নিযুক্তি প্ৰদানৰ দাবী। বৰ্তমানেও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে ৮ হাজাতকৈ অধিক প্ৰাৰ্থী। ২০১৯ ত প্ৰকাশ পোৱা বিজ্ঞাপন অনুসৰি মুঠ ৫৭৪৬ টা পদৰ বিজ্ঞাপন দিছিল…

Read more

ছিপাঝাৰৰ গৰুখুটিৰত সংঘর্ষ

ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদত সংঘর্ষ। সংঘর্ষত আহত ১১ জনকৈ লোক। উন্নত চিকিৎসাৰ বাবে লোককেইজনক ভৰ্তি কৰা হৈছে GMCH ত। ইয়াৰে ৮ জন সাধাৰণ নাগৰিক আৰু ৩ অসম আৰক্ষীৰ বিষয়া। GMCH ত মৃত্যুৰে যুঁজিছে এগৰাকী DSP এ। ছিপাঝাৰ গৰুখুটিত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত…

Read more

মহানগৰীত আত্মহত্যা

মহানগৰীৰ ভঙাগড়স্থিত পল্লৱী মটৰচৰ এগৰাকী কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা ।প্ৰতিষ্ঠানটোৰ বাথৰূমত  চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰ্মচাৰী জনৰ মৃত দেহ।মৃত কৰ্মচাৰিজনৰ নাম বিদ্যুৎ বিকাশ দত্ত আৰু ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে।নৱবিবাহিতা বিদ্যুতে পত্নীৰ সৈতে বাস কৰিছিল গুৱাহাটীৰ এটা ভাড়াঘৰত।

Read more

কংগ্ৰেছ দলত্যাগ কৰিলে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই।

শুকুৰবাৰে কংগ্ৰেছ দল আনুষ্ঠানিক ভাবে ত্যাগ কৰে নগাওঁ সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই। ইতিমধ্যে চমুৱাই পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈ প্ৰেৰণ কৰিছে।প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুৰ্লভ চমুৱা সাধৰণ সম্পাদক তথা মিডিয়া পেনেলিষ্টৰ দায়িত্বত আছিল।

Read more

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন তিনি আৰক্ষী।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন তিনি আৰক্ষী। চিকিৎসাধীন আৰক্ষী তিনিগৰাকী অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ।মুনীৰ আহমেদৰ স্বাস্থ্য সংকটমুক্ত নহয় যদিও চিন্তাৰ কাৰণ নাই।উচ্ছেদিত সাধাৰণ লোকৰ ভিতৰত ৮জন লোক চিকিৎসাধীন।এইসকলৰ ভিতৰত আছে এগৰাকী ১৩ বছৰীয়া কিশোৰো।এই মন্তব্য জি…

Read more

ৱাশ্বিংটনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈঠক।

ৱাশ্বিংটনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈঠক।ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক, আন্তৰ্জাতিক বিষয়ত আলোচনা।আফগানিস্তানত তালিবানৰ শাসন সন্দৰ্ভতো বৈঠকত আলোচনা কৰে। সন্ত্ৰাসবাদৰ প্ৰসংগ অহাৰ লগে লগে হেৰিছে ল’লে পাকিস্তানৰ নাম।পাকিস্তানৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আমেৰিকাৰ নজৰত আছে বুলি ক'লে কমলাই।আমেৰিকাই ভাৰতীয় প্ৰধানমন্ত্ৰীক দিয়া অভ্যৰ্থনাৰ…

Read more

নিশা গুৱাহাটীত এক ট্ৰাক ছুপাৰি জব্দ আৰক্ষীৰ।

নিশা গুৱাহাটীত এক ট্ৰাক ছুপাৰি জব্দ আৰক্ষীৰ।বশিষ্ঠ থানাৰ টহলদাৰী আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন। ট্ৰাকখনত ২০০ বস্তা ছুপাৰি জব্দ।হোজাইৰ ৰূপহীৰ পৰা গড়চুকলৈ অনা হৈছিল ছুপাৰিখিনি।জব্দ কৰা ছুপাৰিখিনি বাৰ্মিজ ছুপাৰি বুলি আৰক্ষীৰ সন্দেহ কৰিছে।

Read more

অসম বিধানসভাৰ প্ৰধান সচিবৰ পদত IAS বিষয়া।

প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ প্ৰধান সচিবৰ পদত IAS বিষয়া নিযুক্তি দিয়া হৈছে ৷ IAS বিষয়া হেমেন দাসক প্ৰধান সচিব হিচাপে নিযুক্তি দিছে ৷ হেমেন দাস বৰ্তমান ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে…

Read more

পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা।

১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা। কাজিৰঙাত প্ৰত্যাহাৰ কৰা হ’ব কোভিডৰ সকলো বাধা। মানাহ, ওৰাং, পবিতৰাৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত চৰকাৰৰ আন প্ৰান্তত আৰু কিছুদিনলৈ থাকিব কোভিডৰ বাধা-নিষেধ।

Read more
Back To Top