skip to Main Content

মহানগৰী বোন্দাত অঘটন

বিশ্বকৰ্মা পূজাৰ দিনাখনেই মহানগৰী বোন্দাত অঘটন। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত এজন স্কুটী আৰোহী। দুৰ্ঘটনাটো সংঘটিত হয় নাৰেংগীৰ বোন্দাত। নিহত যুৱক জন হৈছে নাৰেংগী কেন্দুগুৰিৰ প্ৰমোদ টুমুং(২৬)। নাৰেংগীৰ কেন্দুগুৰিৰ বাসিন্দা প্ৰমোদ টুমুঙে AS 01 BB 2465 নম্বৰৰ স্কুটী খনত পিতৃক উঠাই…

Read More

গুৱাহাটীত নিশা আৰক্ষীৰ ড্ৰাগ্‌ছ বিৰোধী অভিযান।

বশিষ্ঠ আৰক্ষীয়ে ৪৯টা পেকেটত মুঠ ১০ হাজাৰ নিষিদ্ধ টেবলেট জব্দ কৰে।মণিপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল টেবলেটখিনি।ড্ৰাগ্‌ছ সৰবৰাহত অভিযুক্ত জামাল আলীলৈ আৰক্ষীৰ গুলী।ভৰিত গুলী লাগে আলীৰ।GMCHত চিকিৎসাধীন জামাল।

Read More

ৰাজ্যবাসীৰ বাবে সুখবৰ

ৰাজ্যবাসীৰ বাবে সুখবৰ। MMCH ৰ জেষ্ট নাৰ্ছ ৰজীলা ৰয়লৈ 2020 বৰ্ষৰ FLORENCE NIGHTINGALE বঁটা। নিজ কৰ্ম পাৰদৰ্শিতাৰ দেশৰ বাবে ৫১ গৰাকী নার্ছলৈ প্ৰদান কৰা হৈছে FLORENCE NIGHTINGALE বঁটা। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে Video Conference যোগে প্ৰদান কৰে এই বঁটা। অসমৰ পৰা…

Read More

দিনদুপৰতে গুৱাহাটীত ডকাইতি কাণ্ড।

মহানগৰীৰ বেলতলাত সংঘটিত ডকাইতি কাণ্ড।দিনদুপৰতে গুৱাহাটীত গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে ৫ লাখ টকা।ৰিলায়েন্স ট্ৰেণ্ডছৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।পাৰিজাত শইকীয়া নামৰ এজন লোকৰ আছিল এই ধনখিনি।বেলতলাৰ এছবিআইৰ পৰা ধন লৈ ওলাই আহিছিল লোকজন।এতিয়ালৈকে ডকাইত কেইজন কোন বা কেইজন আছিল…

Read More

মহানগৰীত উদ্ধাৰ মিঠাতেল চুৰি ট্ৰাক,আটক এজনক।

নিশা মহানগৰীৰ পামহিত জব্দ চুৰি মিঠাতেল ভৰ্তি ট্ৰাক।গড়চুক আৰক্ষীৰ অভিযানত জব্দ ট্ৰাকখন।AS-01 T-8986 নম্বৰৰ ট্ৰাকখনত আছিল প্ৰায় ৭০০ কাৰ্টুন মিঠাতেল।

Read More

১৭ ছেপ্টেম্বৰত ৰাজ্যত কভি’ড টিকাকৰণৰ মহা শিবিৰ

১৭ ছেপ্টেম্বৰত ৰাজ্যত কভি'ড টিকাকৰণৰ মহা শিবিৰ। কামৰূপ মহানগৰত একেদিনাই ৭৫ হাজাৰ লোকক টিকাকৰণৰ লক্ষ্য। জিলাখনত স্থাপন কৰা হৈছে ২১০ টা শিবিৰ। প্ৰথম পালি লোৱাৰ ৮৪ দিন সম্পূৰ্ণ হ'লে ল'ব পাৰিব দ্বিতীয় পালি। সকলোকে ভেকচিন ল'বলৈ আহ্বান উপায়ুক্তৰ।

Read More

বৃহস্পতিবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৈঠকৰ অন্তত সংবাদমেল যোগে সদৰি কৰা হয় যে-অহা ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ কৰা হ’ব। স্কুল খোলাৰ আগতে ছেনিটাইজ কৰিব লাগিব। পৰ্যায়ক্রমে আনবোৰ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা হ’ব। গঁড়ৰ খৰ্গৰ সন্দৰ্ভত কেবিনেটত বহু সিদ্ধান্ত গ্ৰহণ- স্বাভাৱিকভাৱে মৃত্যু হোৱা…

Read More

APDCLৰ ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ দিয়া হৈছে GU ক

মূখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ এটি দলে APDCLৰ সমগ্ৰ পৰিক্ষাৰ কেলেংকাৰী তদন্তৰ অনুসন্ধান অব্যাহত ৰাখিছে৷ APDCLৰ ২০১৯চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ দিয়া হৈছে GU ক। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমত আছে পৰীক্ষাৰ উত্তৰবহীসমূহ। এই সমগ্ৰ প্ৰক্ৰিয়াটো…

Read More

ভৰলু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নুৰ আহমেদক

শিশুক যৌন নিৰ্যাতন চলোৱা লম্পটক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ভৰলু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নুৰ আহমেদক। মাছখোৱাৰ লাচিতঘাটত উত্‍‍পীড়ন চলাইছিল শিশুক।

Read More

২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ

কেবিনেট বৈঠকৰ পাছত সংবাদমেল সম্বোধন মন্ত্ৰী কেশৱ মহন্ত আৰু ৰণোজ পেগুৰ।২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভৰ সিদ্ধান্ত।৩০জনকৈ ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হ’ব পাঠদান।৪০ শতাংশ পাঠদান হ্ৰাস পাব দশম শ্ৰেণীৰ।১০-১৫ দিনৰ ভিতৰত আন শ্ৰেণীৰো পাঠদান আৰম্ভ হ’ব।শিক্ষাৰ্থী বেছি হ’লে শাখাত ভগাই…

Read More
Back To Top