Skip to content

আফগান মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো খেলত! তালিবানৰ সাংস্কৃতিক আয়োগ উপ-প্ৰধানৰ এই ঘোষণা

আফগান মহিলাই এতিয়াৰপৰা অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো খেলত। তালিবানৰ সাংস্কৃতিক আয়োগৰ উপ-প্ৰধান আহমদুল্লাহ ৱাছিকীৰ এই ঘোষণা। মহিলাৰ বাবে খেল-ধেমালী প্ৰয়োজনীয় নহয় বুলি মন্তব্য আহমদুল্লাহ ৱাছিকীৰ।

Read more

ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন

আজি মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। সমগ্র ৰাজ্যৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। চৰকাৰী প্ৰট'কলৰ মাজত ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত গুৰুজনাৰ তিথি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়। পুৱা নাম প্ৰসংগৰ পাছতেই গুৰুজনাৰ তিথি…

Read more

অসমত তৃণমূল কংগ্ৰেছ কমিটি গঠন।

অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ কমিটি গঠন।উপ-নিৰ্বাচনৰ সকলো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে।চাৰিটা সমষ্টিত জয়ী হোৱাৰ লক্ষ্য তৃণমূল কংগ্ৰেছৰ।কমিটি খনৰ সভাপতি:ভবানন্দ ডেকা।সাধাৰণ সম্পাদক:ৰতন বৰুৱা।উপদেষ্টা:সুস্মিতা দেব আৰু অজিত শৰ্মা।

Read more

মুখ্যমন্ত্ৰীৰ পিতৃক প্ৰেৰণ কৰা হ’ল জেললৈ।

ব্ৰাহ্মণ সমাজক লৈ বিৰ্তকিত মন্তব্য কৰা পিতৃক গ্ৰেপ্তাৰ কৰোৱাই জেললৈ প্ৰেৰণ কৰিলে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীয়ে।চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ নন্দকুমাৰ বাঘেলে ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰিছিল বিৰ্তকিত মন্তব্য। এই বিৰ্তকিত মন্তব্যৰ বিৰুদ্ধে কৰা এক গোচৰত শেহতীয়াকৈ ৰায়পুৰৰ এখন আদালতে প্ৰদান কৰিছিল গ্ৰেপ্তাৰৰ…

Read more

ADC-ৰাজহ চক্ৰ বিষয়াৰে মুখ্যমন্ত্ৰীৰ সন্মিলন।

ADC-ৰাজহ চক্ৰ বিষয়াৰে মুখ্যমন্ত্ৰীৰ সন্মিলন।ৰাজ্যৰ পৰা নাইকীয়া হ'ব লাগিব দালালৰাজ।দালালবোৰক গামোচা পিদ্ধাই বিদায় দিব লাগিব এতিয়াৰ পৰা।৭ অক্টোবৰৰ ভিতৰত নোশোৱাকৈ হ'লেও সকলো ফাইলৰ কাম সম্পূৰ্ণ কৰা নিদেশ মুখ্যমন্ত্ৰীৰ।

Read more

আন্তৰ্জাতিক বজাৰত অসমৰ সাফল্য

আন্তৰ্জাতিক বজাৰত অসমৰ সাফল্য। বিদেশলৈ ৰপ্তানি ষ্টীলৰ কেঁচামাল। ইটালী লৈ 21590MT লেম কয়লা। Mahalaxmi Continental Limited ৰ উদ্যোগত ৰপ্তানি। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত গঢ়ি তোলা ACCIAIERIE D' ITALIA SPA নামৰ নিৰ্মাণ প্ৰতিস্থান তোৰ উদ্যোগত উৰিষ্যা আৰু পশ্চিম বংগটো আৰম্ভ হৈছে ব্যৱসায়।…

Read more

বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম

বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম। আফগানিস্তান দখল কৰাৰ পিছতেই দেশখনত আৰম্ভ তালিবানী শাসন। আফগান লোকসকলৰ বাবে তালিবানে বান্ধি দিছে বিভিন্ন নীতি-নিয়ম। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম। এতিয়াৰেপৰা আফগানিস্তানত ল'ৰা আৰু ছোৱালীৰ মাজত পৰ্দা আঁৰি বিশ্ববিদ্যালয়ত পাঠদান কৰিব লাগিব।

Read more

কিডনী ব্যৱসায় কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰৰ জামিন নাকচ।

কিডনী ব্যৱসায় কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰৰ জামিন নাকচ।জামিন নাকচ আন এজন অভিযুক্ত মিতু দাসৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে এই দুজন অভিযুক্তৰ জামিন।দুয়োৰে বিৰুদ্ধে উপযুক্ত তথ্য থকাৰ বাবেই জামিন নাকচ কৰিছে ন্যায়ালয়ে।ন্যায়ালয়ত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাই মাখন ফুকনে।

Read more

সভাপতি ভূপেন বৰাৰ পৰ্যালোচনা বৈঠক

সভাপতি ভূপেন বৰাৰ পৰ্যালোচনা বৈঠক। ২০২১ ৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা কংগ্ৰেছৰ প্ৰাৰ্থী সকলৰ সৈতে বৈঠক। ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এই বৈঠক। দিনৰ ১২ বজাত আৰম্ভ হয় বৈঠক।

Read more
Back To Top