skip to Main Content

ভাৰতীয় জীৱন বীমা নিগমৰ ওপৰত এক সংবাদমেল অনুষ্ঠিত হয়

ভাৰতীয় জীৱন বীমা নিগমৰ ওপৰত এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LIC ৰ দৰে ৰাজহুৱা খণ্ডৰ অতি সফল আৰু লাভজনক সংস্হাৰ শ্বেয়াৰ ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰিবলৈ ওলোৱাৰ পৰিপেক্ষীততেই অনুষ্ঠিত হয় উক্ত…

Read More

১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন।সংবাদমেলযোগে ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে।১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত ২১ এপ্ৰিলত হ’ব ভোটগণনা। মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ দিন ৪ এপ্ৰিল।৬০টা ৱাৰ্ডত পুৱা ৭.৩০…

Read More

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কাজিৰঙাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকত। কাজিৰঙাত ৭টা ইক’ ছেনজিটিভ জ’ন গঠনৰ সিদ্ধান্ত। ১১টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থাকিব। ৯টা এনিমেল কৰিড’ৰ বেদখলমুক্ত কৰা হৈছে। আনহাতে, নগাঁও আৰু কাছাৰ কাগজ কলক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।কাগজ কল দুটা ক্ৰয় কৰিবলৈ…

Read More

আজি গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা

মহানগৰীৰ চিটি চেন্টাৰৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।ঠিতাতে নিহত হয় দ্বিজেন বৈশ্য নামৰ এজন লোক।পানী কঢ়িওৱা গাড়ীৰ খুন্দাত নিহত দ্বিজেন বৈশ্য লোকজন।পত্নীৰ সৈতে কাৰ্যালয়লৈ আহি আছিল বৈশ্য।সুৰাপান কৰি গাড়ী চলাইছিল চালকজনে।নিহত লোকজন এপ'ল হস্পিতালৰ কৰ্মৰত আছিল।

Read More

অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে সপ্তম বর্ষৰ ফুটছাল আয়োজন কৰে

আজিৰ পৰা অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে ২২-২৩ মাৰ্চত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টচেন বড়া আৰু প্ৰদীপ কুমাৰ ব্ৰহ্মৰ নামত সপ্তম বর্ষৰ ফুটছাল আয়োজন কৰিছে। আজি ২২ মাৰ্চৰ মঙলবাৰে বিয়লি ৫ বজাত উদ্ধোধন কৰা হয়।

Read More

চৰকাৰী কৰ্মচাৰীৰ কাম নাই, সেয়ে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীক এতিয়া চিনেমা চাবলৈ দিছে:অপূৰ্ব ভট্টাচাৰ্য্য।

মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যৰ প্ৰতিক্ৰিয়া।ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বাবে এতিয়া ৰান্ধনীয়ে পাকঘৰত তলা মাৰিব লগীয়া পৰিবেশ হৈছে।দেশবাসীক কাশ্মীৰ ফাইলছ দেখুৱাই আবেগিক কৰি এতিয়া পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি কৰিছে চৰকাৰে।বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৩০ ইউনিতকৈ বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি…

Read More

পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সাধাৰণ জনতাক

ক'ভিডসৃষ্ট পৰিৱেশে অৰ্থনৈতিভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন।বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ লগতে ৫০টকাকৈ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

Read More

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চচলত ধৰ্ণা কাৰ্যসূচী

আজি চচলত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মাইক্ৰফাইনেণ্স ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে কৰা প্ৰতাৰণাৰ বাবে।এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ মন্তব্য।

Read More

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী মহানগৰীত পুনৰ সংগঠিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।হাত ভৰি বন্ধা অৱস্হাত উদ্ধাৰ এগৰাকী যুৱতিৰ মৃতদেহ।পানেখাইতিৰ আমগাঁৱত উদ্ধাৰ হৈছে এগৰাকী যুৱতিৰ উলংগ মৃতদেহ।অন্য স্হানত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।

Read More
Back To Top