কইনাধৰাত মুখ্যমন্ত্রীৰ কেবিনেট বৈঠকৰ সিদ্ধান্তৰ সন্দৰ্ভত জনতা ভৱনত কেশৱ মহন্তৰ সংবাদমেল
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি সবিশেষ জনায়।ৰাজ্য চৰকাৰৰ কেবিনেটত MPW সকলৰ চাৰ্ভিছ ৰুল তৈয়াৰ কৰাৰ সিদ্ধান্ত।পৌৰ নিগম অঞ্চলৰ অধীনত…