skip to Main Content

জন ঔষধি দিৱস উপলক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত উপস্হিত থাকি বক্তব্য দাঙি ধৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰিয়াই।

Read More

তিনিগৰাকী নাৰীক “সদিচ্ছা বঁটা ২০২২”প্ৰদান কৰে।

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে আয়োজিত এক অনুষ্ঠানত জীৱনৰ জীৱনৰ বিভিন্ন প্ৰতিকুলতাক নেওচি নিজ নিজ ক্ষেত্ৰত উজ্বলি উঠা তিনিগৰাকী নাৰীক "সদিচ্ছা বঁটা ২০২২"প্ৰদান কৰে।"জলী বৰুৱা সোঁৱৰণি সদিচ্ছা ক্ৰীড়া বঁটা ২০২২"ক্ৰীড়াবিদ শ্ৰীমতী মৌপিয়া ভৌমিকক ক্ৰীড়াৰ ক্ষেত্ৰত ফুটবল ৰেফাৰীৰ…

Read More

পলায়নৰ পথ হৰাৰ আগতেই ঠিক কৰি থৈছে অখিল গগৈয়ে:পবিত্ৰ মাৰ্ঘেৰিটা

ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা চৰ্চিত ৰাজনৈতিক বিষয়ৰ ওপৰত বক্তব্য ৰাখে।পলায়নৰ পথ হৰাৰ আগতেই ঠিক কৰি থৈছে অখিল গগৈয়ে:পবিত্ৰ মাৰ্ঘেৰিটা।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত Muslim Personal Law Board of India ই এখন ৰাজ্যিক সমিতি গঠন কৰে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে Muslim Personal Law Board of India ই এখন ৰাজ্যিক সমিতি গঠন কৰে।সকলো জাতিৰ লোককে একতাৰ দোলেৰে বান্ধিবৰ বাবে তথা ৰাইজৰ সহায়ৰ বাবে গঠন কৰা হৈছে এই সমিতি খন।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেলখনৰ মূল কাৰণ হ'ল ভূমি কেলেংকাৰি।এই কেলেংকাৰিত জড়িত অসম জাতীয় পৰিষদৰ উপ সভানেত্ৰী মামনি তালুকদাৰ চৌধুৰী।তেওঁৰ ওপৰত এটা গোচৰ ৰুজু কৰা হৈছে।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Pre Women’s Day Celebration।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Pre Women's Day Celebration।এগৰাকী মহিলাই আন এগৰাকী মহিলাক সহায়ৰ উদ্দেশ্য খোলা হৈছে Divine Beam Charitable নামৰ foundationটো।এই সংগঠনটোৰ প্ৰতিষ্ঠাপক হৈছে ৰিটায়াৰ্ড মেজৰ মেঘনা এহলাৱট।

Read More

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষ মনজিৎ মহন্তই।মাজুলিৰ নিৰ্বাচনী প্ৰচাৰত কৰা মন্তব্যৰ বিৰোধিতা কৰি এই সংবাদমেল কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষ মনজিৎ মহন্তৰ।

Read More

চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ আশাত বন্দী হৈ আছে জনগন:অজিত ভূঞা

অজিত ভূঞাৰ সংবাদমেল।অসমৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে।অসমীয়াৰ মাটি-ভেটি নিলাম কৰি আন এক আক্ৰমণ চলাইছে চৰকাৰে।পানীৰ দৰত কেনেকৈ কাগজ কলৰ মাটি আৰু যন্ত্ৰ পাতি বিক্ৰীৰ কথা ভাবিছে।মাজুলীৰ ভোটাৰ ৰাইজে বিজেপি দলৰ চৰকাৰৰ কামক ইতিমধ্যে বুজি উঠিছে:অজিত ভূঞা।

Read More

গড়চুক নিজৰাপাৰা পাহাৰত ভয়ংকৰ অগ্নিকাণ্ড।

গড়চুক নিজৰাপাৰা পাহাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।৬খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুঁই নুমুৱাবলৈ সক্ষম হোৱা নাই।কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে ৰাইজে।ঘটনাস্হলীত উপস্হিত গড়চুক আৰক্ষী।

Read More

পুনৰ গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

পুনৰ গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।হেদায়াৎপুৰৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।গ্ৰেপ্তাৰ কৰা হৈছে তিনি জন ব্যক্তিক।লতাশীল আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

Read More
Back To Top