skip to Main Content

অসম আৰক্ষীৰ বাবে ভাল খবৰ।

অসম আৰক্ষীৰ বাবে ভাল খবৰ। অসম আৰক্ষীৰ আইপিএছ বিষয়া শংকৰ ব্ৰত ৰায়মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা। এই বঁটা লাভ কৰা একমাত্ৰ অসমীয়া বিষয়া শংকৰব্ৰত ৰায়মেধি। ইয়াৰ পূৰ্বেও ৰায়মেধিয়ে গৃহমন্ত্ৰনালয়ৰ পৰা তদন্তত পাৰদৰ্শিতা লাভ কৰা প্ৰথমগৰাকী আৰক্ষী অধীক্ষক…

Read More

আজি অনুষ্ঠিত হয় পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি অনুষ্ঠিত হয় থাওৰা, মৰিয়নী,গোঁসাইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰৰ উপ–নিৰ্বাচন। পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

Read More

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড।

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড। এইবাৰ খানাপাৰাত উদ্ধাৰ যুৱতীৰ ভৰি।এটা বস্তাত ভৰাই পেলাই থৈ গৈছিল যুৱতীৰ ভৰিখন।খানাপাৰাৰ উৰণীয়া সেতুঁৰ তলত উদ্ধাৰ হৈছে কাটি থোৱা ভৰিখন।ঘটনাস্থলীত উপস্থিত আৰক্ষী।ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Read More

কাইলৈ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।

কাইলৈ ৰাজ্যৰ ৫ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগ্ৰহণৰ বাবে কেন্দ্ৰসমূহলৈ ৰাওনা বিষয়া-কৰ্মচাৰী। ৭.৯৬ লাখ ভোটাৰে কাইলৈ ভাগ্য নিৰ্ণয় কৰিব ৩১ প্ৰাৰ্থীৰ। প্ৰচাৰত অস্তিত্ব নাথাকিলেও ভোটকেন্দ্ৰত থাকিব কঠোৰ কোভিড বিধি। ৫ সমষ্টিৰ ১,১৭৬ টা কেন্দ্ৰত গ্ৰহণ কৰা হ’ব উপ-নিৰ্বাচনৰ ভোট। ভোটগ্ৰহণ প্ৰক্ৰিয়াত…

Read More

বৃহস্পতিবাৰে পাঁচটা বিভাগৰে বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বৃহস্পতিবাৰে পাঁচটা বিভাগৰে পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ কৰ, আবকাৰী, বন-ভূমি, ৰাজহ, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ পৰ্যালোচনা কৰি মুখ্য ৰাজহ উপাৰ্জনকাৰী বিভাগ কেইটাক শক্তিশালী কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

Read More

উপ–নিৰ্বাচনলৈ মন্তব্য ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাৰ!

উপ–নিৰ্বাচনত কংগ্ৰেছ দলে ৫টা সমষ্টিতে জয়ী হোৱাৰ আশাবাদী ৰিপুণ বৰা। ৰাইজৰ দল, AIUDFৰ লগতে অন্যান্য আঞ্চলিক দলৰ সৈতে মিত্ৰতা হ’লে ভাল আছিল, বিশেষকৈ থাওৰা, ভৱানীপুৰ সমষ্টিত: এই মন্তব্য ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাৰ।

Read More

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব পি পি বাৰ্মাৰ মৃত্যু।

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব পি পি বাৰ্মাৰ মৃত্যু। GMCHত শেষ নিশ্বাস ত্যাগ কৰে।কৰোনাত আক্ৰান্ত হৈ চিকিত্সাধীন হৈ আছিল বাৰ্মা।

Read More

অসুস্থ জুবিন গাৰ্গ

হঠাত্‍ বৃহস্পতিবাৰে নিশা অসুস্থ হৈ পৰিল শিল্পী জুবিন গাৰ্গ। বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় কণ্ঠশিল্পী গৰাকীক। উচ্চ ৰক্তচাপ জনিত সমস্যাত ভূগিছে জুবিন গাৰ্গে। চিকিত্সা আৰম্ভ কৰি চিকিত্সকৰ ঘোষণা কৰে যে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ।লগতে চিকিৎসকে জিৰণিৰ পৰামৰ্শ…

Read More

আকাশবাণীৰ বাতৰি পৰিৱেশক অৱন বৰপূজাৰীৰ দেহাৱসান।

আকাশবাণীৰ এসময়ৰ জনপ্ৰিয় বাতৰি পৰিৱেশক অৱন বৰপূজাৰী আৰু নাই।৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বৰপূজাৰীৰ।গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত মৃত্যু হয় বৰপূজাৰীৰ।গুৱাহাটীৰ গান্ধীবস্তিৰ বাসিন্দা আছিল বৰপূজাৰী।

Read More

আমিনগাঁৱৰ জয়গুৰুত ৬৪টা চোৰাং গৰু জব্দ

আমিনগাঁৱৰ জয়গুৰুত ৬৪টা চোৰাং গৰু জব্দ কৰে। বিহাৰৰ পৰা আগৰতলালৈ সৰবৰাহৰ সময়তে জয়গুৰুৰ নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ চৌহদৰ পৰা জব্দ কৰা লগতে আটক ৮ চোৰাং গৰু সৰবৰাহকাৰীও।

Read More
Back To Top