skip to Main Content

আজি শ্বহীদ দিৱস

শ্বহীদ দিৱস উপলক্ষে আজি সমগ্র ৰাজ্যৰ লগতে মহানগৰীতো শ্বহীদ দিৱস পালন কৰা হয়। ৰাজ্যজুৰি স্মৰণ কৰা হয় অসম আন্দোলনৰ ৮৫৫ জন ছহিদক। আজি বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি স্মৰণ কৰিছে ছহিদসকলক। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে গুৱাহাটী বৰাগাঁওত ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু…

Read More

ৰাইজৰ দলৰ সংবাদমেল

আজি গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয় এক সংবাদমেল। সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সংবাদমেলত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উত্থাপন কৰে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰীৰ বিষয়ে। এই ভূমি কেলেংকাৰীত নাম সাঙোৰ খাইছে হিমন্ত…

Read More

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক

নগাঁও আৰক্ষীয়ে আটক কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বাসগৃহলৈ যোৱা অৱস্থাতে আৰক্ষীয়ে আটক কৰে বিতৰ্কিত নেতাগৰাকীক।

Read More

দুৰ্বল ৰাজকোষ, এতিয়া সুৰাপায়ীৰ ওপৰতে ভৰসা নেকি?

ৰাজ্যত সৃষ্টি হোৱা বিত্তীয় দুৰৱস্থাৰ পৰা ৰক্ষা কৰিব লাগিব এতিয়া সুৰাপায়ীসকলে। কিয়নো ৰাজ্যত সৃষ্টি হোৱা বিত্তীয় দুৰৱস্থাৰ জোৰা মাৰিবলৈ চৰকাৰে সুৰাৰ মূল্য পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি আগন্তুক ১০ ডিচেম্বৰৰ…

Read More

হোমেন বৰগোহাঞিৰ জন্মদিনত সাহিত্যিক পেঞ্চন প্ৰদান অনুষ্ঠান

শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় বৰেণ্য সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ ৯০ সংখ্যক জন্ম দিৱস আৰু ২০২১ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ৰনোজ পেগু, অজন্তা নেওগৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। অনুষ্ঠানত বহু কেইজন…

Read More

GMCH ৰ অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে হাস্পাতালৰ অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ স্বৰূপে অ'পিডি সেৱা বৰ্জন কৰে কনিষ্ঠ চিকিৎসকসকলে । যাৰ বাবে হাস্পতালখনত অভাৱনীয় পৰিৱেশে বিৰাজ কৰে ।NEET পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া বিলম্ব হোৱাৰ অভিযোগ।

Read More

জামিন লাভ কৰিও আজি মুকলি আকাশৰ তললৈ আহিব নোৱাৰিল শ্বেৰমান আলী

জামিন লাভ কৰিও আজি মুকলি আকাশৰ তললৈ আহিব নোৱাৰিল শ্বেৰমান আলী। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত শ্বেৰমান সমৰ্থকৰ ভিৰ। অপেক্ষা কৰি দুখ মনেৰে উভটিল সমৰ্থক। জামিনৰ পত্ৰ অহাত পলম হোৱা বাবে আজি কাৰাগাৰৰ পৰা মুকলি কৰা নহল বিধায়ক শ্বেৰমান আলীক।

Read More

বিপদত চিত্ৰ গৃহ

বিপদত চিত্ৰ গৃহ। উপায়বিহীন ছবিগৃহৰ সত্বাধিকাৰহকল। কভিড'ৰ পৰিস্থিতি ভয়াবহ হোৱাৰ বাবে বন্ধ হোৱাৰ পৰিস্থিতিত পৰিছে বহুকেইটা ছবিগৃহ। বৰ্তমান বন্ধ হৈ পৰিল অপ্সৰা আৰু মেঘদূত ছবিগৃহ।

Read More

বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ জামিন লাভ

অৱশেষত জামিন পালে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে। কামৰূপ CJM আদালতে জামিন প্ৰদান কৰে বিধায়ক শ্বেৰমান আলিক। তিনিওটা গোচৰতে জামিন লাভ শ্বেৰমান আলীৰ। গীতানগৰ থানাৰ এক গোচৰত জামিন লাভ শ্বেৰমান আলিৰ।

Read More
Back To Top