skip to Main Content

মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।

মহানগৰীৰ বেলতলাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড । ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যা। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধ দম্পতীক।ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা…

Read More

অসমত লকডাউন নহয়।

সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নীত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় অসমত পুনৰ লকডাউন নহয়।কিন্তু ৰাইজে ভেকচিন ল'ব লাগিব৷ যিকোনো প্ৰকাৰে ভেকচিনৰ দুয়োপালিয়েই সকলোৱে লওক বুলি আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Read More

ফটকা অবিহনে ৰাজ্যবাসীয়ে পালন কৰিব লাগিব দীপাৱলী।

দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (PCB) ৰাজ্যখনত গ্ৰীন ফটকাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে।ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)ৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া এই নিৰ্দেশ পৰৱৰ্তী অধিসূচনা…

Read More

মহানগৰীৰ গড়চুক গাৰোঘূলিত অঘটন

মহানগৰীৰ গড়চুক গাৰোঘূলিত অঘটন।মহানগৰীৰ গড়চুকত বন্যহস্তীৰ কৰুণ মৃত্যু। বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু বন্যহস্তীৰ।নিশাৰ ভাগত বন্যহস্তীয়ে বিচৰণ কৰি থকা সময়তে সংঘটিত হয় এই ঘটনা।

Read More

গনেশগুৰি উৰনীয়া সেঁতুৰ তলত প্ৰতিবাদ Ola-Ober চালকসকলৰ

দিনকদিনে অধিক হাৰত বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য। কিন্তু বঢ়াব পৰা নাই ভাড়া। সেয়ে আজি গনেশগুৰি উৰনীয়া সেঁতুৰ তলত প্ৰতিবাদত বহিল গুৱাহাটী মহানগৰীৰ কেব চালকসকল।

Read More

বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ।

Read More

অসমত চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱট।

অসমত চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱট।যোৱা শনিবাৰে গুৱাহাটীত এক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাৱটে।অসম আৰক্ষীয়ে আয়োজন কৰিছিল এই বক্তৃতা অনুষ্ঠানটি।তেওঁ কয়- ২০৩০ চনৰ ভিতৰত বিশ্বৰ প্ৰধান কেন্দ্ৰ হৈ পৰিব এছিয়া।ভাৰত, চীন, জাপানৰ দৰে এছিয়া শক্তিৰ দ্ৰুত উত্থানৰ প্ৰসংগ উল্লেখ…

Read More

বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় ‘নগেন শইকীয়া এগৰাকী নমস্য ব্যক্তি, তেঁওৰ মন্তব্যক লৈ মোৰ ক’বলগা নাই’।আমি অখণ্ড ভাৰত, অখণ্ড ভাৰতৰ হৈ কাম কৰি আছো।বৰাকেই হওক, ব্ৰহ্মপুত্ৰ উপত্যকাই হওক, কাৰো মনত আঘাত হনা কাম কৰিব নালাগে।ভাষাই…

Read More

কাৰাগাৰতে পুনৰ জেৰাৰ সন্মুখীন হ’ব ৰৌণক আলী হাজৰিকা

কাৰাগাৰতে পুনৰ জেৰাৰ সন্মুখীন হ'ব ৰৌণক আলী হাজৰিকা। ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে এইবাৰ Official Secrets Act ৰ 3(C)/4(1)/5 ধাৰা অতিৰিক্তভাৱে সন্নিবিষ্ট  কৰিছে CM Vigilance এ ৷ চৰকাৰক নজনোৱাকৈ বিদেশলৈ যোৱাৰ বাবে লগোৱা হয় Official Secrets Act ৷ কিয় বাৰে বাৰে গোপনে…

Read More

উৎকোচ লৈ গ্ৰেপ্তাৰ জি এম চিৰ সহকাৰী অভিযন্তা।

উৎকোচ লৈ গ্ৰেপ্তাৰ জি এম চিৰ সহকাৰী অভিযন্তা।৫হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাটে-লুটে ধৰা পৰে অভিযন্তা দিবাকৰ মালিক।ঠিকাদাৰক পুজিঁ মুকলাই দিয়াক লৈ এই উতকোচ সংগ্ৰহ কৰিছিল অভিযন্তাগৰাকীয়ে।অভিযন্তাগৰাকীক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Read More
Back To Top