skip to Main Content

জামিল লাভ কৰিলে শ্বেৰমান আলীয়ে।

চি এম ভিজিলেন্স গোচৰত জামিল লাভ কৰিলে শ্বেৰমান আলীয়ে।জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিধায়কগৰাকী।গীতানগৰ থানাত ৰুজু হোৱা গোচৰত জামিন পোৱা নাই শ্বেৰমান আলীয়ে।আদালতে এই গোচৰৰ জামিন আবেদন নাকচ কৰিছিল দুদিন পূৰ্বে।

Read More

ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ নামত বনাঞ্চল ধ্বংসৰ বিৰোধিতাৰে আছুৰ মানৱ শৃংখল।

ডবকা বনাঞ্চলৰ বহু বছৰ পুৰণি মূল্যবান গছসমূহ ৰক্ষাৰ বাবে বুধবাৰে ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ডবকা-ডিফু সংযোগী পথৰ ওপৰত সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কেইবা শতাধিক আছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচীৰে তীব্ৰ…

Read More

অসমৰ খেলৰ বাবে সুখবৰ

অসমৰ খেলৰ বাবে সুখবৰ। দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে নাম অনুমোদন কৰিছে ট'কিঅ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ। দেশৰ ক্ৰীড়া বিশেষজ্ঞৰ দ্বাৰা গঠিত জুৰী কমিটীয়ে লাভলীনা বৰগোহাঁইৰ ভাৰতবৰ্ষৰ প্ৰতি থকা ক্ৰীড়া অৱদানৰ বাবে তেওঁৰ নামটো অনুমোদন জনায়।

Read More

আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।

গুৱাহাটীৰ দম্পতী হত্যাত অভিযুক্ত আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে। উল্লেখযোগ্য যে এই জঘন্য হত্যাকাণ্ডৰ পিছতে ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সম্পত্তিৰ বাবেই…

Read More

বুধবাৰে সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা

প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত বিৰোধী দলসমূহে পত্ৰ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগলৈ। তাৰ মাজতে বুধবাৰে সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগৰ শেহতীয়া স্থিতিৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা।তেওঁ মতে, দেশৰ নিৰ্বাচনী…

Read More

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব…

১ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ব হাতী ছাফাৰী। কাল কোৰোণাই দুটা বছৰে জুৰুলা কৰা ৰাজ্যৰ পৰ্যটন উদ্যোগলৈ শেহতীয়াকৈ আহিছে আশাৰ বতৰা। হাতী ছাফাৰীৰ বাবে ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা সাজু কৰিছে উদ্যান কৰ্তৃপক্ষই। কঁহৰা বনাঞ্চলত ১২ টা…

Read More

নিৰ্বাচনী সভাত কান্দি কান্দি ভোট ভিক্ষা বদৰুদ্দিন আজমলৰ

মঙলবাৰে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ কাচাৰিগাঁৱত অনুষ্ঠিত হয় এআইইউডিএফৰ এক নিৰ্বাচনী প্ৰচাৰ সভা। সভাত উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল। নিৰ্বাচনী সভাত তেওঁ হুকহুকাই কান্দি কান্দি ৰাইজক এআইইউডিএফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰক ভোট দিবলৈ আহ্বান জনায়। লগতে…

Read More

পুনৰ ড্ৰাগছসহ জালত পৰিল এটা সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। অভিযানত পুনৰ বৰপেটাত ড্ৰাগছসহ জালত পৰিল এটা সৰবৰাহকাৰী। ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীৰ বৃহৎ অভিযানৰ পিছতো বন্ধ হোৱা নাই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়৷ বৰপেটাত অব্যাহত থকা ড্ৰাগছ ব্যৱসায়ৰ মাজতেই বৰপেটা আৰক্ষীৰ জালত পৰে এই ড্ৰাগছ…

Read More

নতুন SOP-১০বজালৈকে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।

কোভিদক লৈ অসম চৰকাৰৰ নতুন SOP।এতিয়াৰে পৰা সান্ধ্য আইন প্ৰযোজ্য হব নিশা ১১বজাৰ পুৱা ৫বজালৈ।১০বজালৈকে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।বাকী প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই বাহাল থাকিব।

Read More

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ জাননী।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী।নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী গৰাকীলৈ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে।আজি বিয়লি ৫বজাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ।প্ৰচাৰ সভাত চৰকাৰী আচনিঁ ঘোষণা কৰাৰ অভিযোগ।কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত এই জাননী নিৰ্বাচন…

Read More
Back To Top