Skip to content

খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

পূজাৰ পাছত খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান।১৯অক্টোবৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ কথা ঘোষণ কৰিলে শিক্ষামন্ত্ৰীয়ে।১৯অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আৰম্ভ হব পাঠদান।সপ্তাহত তিনিদিনকৈ হব পাঠদান।১অক্টোবৰৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ আৰম্ভ হব পাঠদান।

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি। বিশ্ববিদ্যালয়ৰ ৱেবছাইটত দিয়া এক জাননীযোগে এই কথা প্ৰকাশ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

Read more

মাজুলীৰ বিধায়ক পদ এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ সৰ্বানন্দ সোণোৱালৰ৷ সোমবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ প্ৰমাণপত্ৰ লোৱাৰ পিছত মঙলবাৰে বিধায়ক পদ এৰিলে সৰ্বানন্দ সোণোৱালে।

Read more

গুৱাহাটী মহানগৰত পুনৰ অনুষ্ঠিত হ’ব মেগা টিকাকৰণ অভিযান ।

গুৱাহাটী মহানগৰত পুনৰ অনুষ্ঠিত হ’ব মেগা টিকাকৰণ অভিযান । ২ অক্টোবৰত ৪২,০০০ পালি ক’ভিড টিকাকৰণৰ লক্ষ্য চৰকাৰৰ। ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ উপায়ুক্তৰ।

Read more

অসমৰ ৫টা সমষ্টিত উপ নিৰ্বাচনৰ দিন ঘোষণা।

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমৰ উপ নিৰ্বাচনৰ দিন। ৫টা সমষ্টিত হ’ব উপ নিৰ্বাচন।গোসাঁইগাঁও,ভবানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাউৰাত হ’ব উপ নিৰ্বাচন।অহা ৩০ অক্টোবৰত ভোটগ্ৰহণ কৰা হ’ব।তাৰপাছত ২ নবেম্বৰত হ’ব ভোটগণনা।

Read more

উত্‍‍কোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মণ্ডল

উত্‍‍কোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মণ্ডল।দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ মণ্ডল গুলজাৰ হুছেইন। ৫০ হাজাৰ টকা উত্‍‍কোচ লওঁতে গুৱাহাটীত গ্ৰেপ্তাৰ গুলজাৰ।

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্র ছাত্ৰীৰ প্ৰতিবাদ।

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ ছাত্র ছাত্ৰীৰ।পাঠদান নোহোৱাকৈ ১মাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধীতাৰে চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীৰ প্ৰতিবাদ।

Read more

ডাঃ অনন্যা গোস্বামীলৈ AIIMS ৰ বিশেষ সন্মান

ডাঃ অনন্যা গোস্বামীলৈ AIIMS ৰ বিশেষ সন্মান। চকু চিকিৎসা বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ চিকিৎসক বঁটা প্ৰদান কৰা হয় অনন্যা গোস্বামীলৈ। ডাঃ বোধৰাজ চাবৰৱাল স্বৰ্ণ পদকেৰে সন্মানিত অনন্যা গোস্বামী।

Read more
Back To Top