Skip to content

অসম আৰক্ষীৰ ৮ গৰাকী উপ-আৰক্ষী অধীক্ষকক অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি

অসম আৰক্ষীৰ ৮ গৰাকী উপ-আৰক্ষী অধীক্ষকক অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি। নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰক কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে। নলবাৰীৰ উপ-আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত…

Read more

উপ নিৰ্বাচনত সন্দৰ্ভত ৰাইজৰ দলৰ মত

উপ নিৰ্বাচনত দুটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব ৰাইজৰ দলে। থাওৰা আৰু মৰিয়নি সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব দলটোৱে। থাওৰাৰ পৰা ধৈৰ্য কোঁৱৰৰ নাম চূড়ান্ত কৰিছে দলটোৱে। পৰৱৰ্তী সময়ত মৰিয়নি সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি উল্লেখ কৰে অখিল গগৈয়ে।

Read more

APDCL কেলেংকাৰী সন্দৰ্ভত অব্যাহত আছে তদন্ত।

APDCLৰ কেলেংকাৰী সন্দৰ্ভত তদন্তৰ মুখামুখী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০দিলীপ বৰা আৰু পঞ্জীয়ক হেমন্ত নাথ।জেৰাৰ বাবে মাতি পঠিওৱা হৈছে আতাউৰ ৰহমানকো।বুধবাৰে জেৰাৰ সন্মুখীন হোৱা ডেইজীম হাজৰিকা আৰু সঞ্জয় ভৌমিককো পুনৰ কৰিব জেৰা।মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আটাইকেইজনকে মুখামুখিকৈ চলাব জেৰা।

Read more

দিছপুৰতে চলিছে সন্দেহজনক নাগৰিকৰ বেদখল।

ৰাজ্যত এফালে উচ্ছেদ, আনফালে অবৈধ দখল।দিছপুৰতে চলিছে সন্দেহজনক নাগৰিকৰ বেদখল।একাংশ দালালৰ সহায়ত নিশাৰ ভিতৰতে বিভিন্ন স্থান দখল কৰি সাজিছে ঘৰ।

Read more

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে আংশিক ভাৱে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে আংশিক ভাৱে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মহামাৰী ক'ভিডৰ আতংক কিছু হ্ৰাস পোৱাত আগন্তুক পহিলা অক্টোবৰৰ পৰা দেশ-  বিদেশৰ পৰ্যটকৰ দৰ্শনৰ সুবিধাৰ্থে বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয়…

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকক নিলম্পন।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকক অমিত পাণ্ডেক নিলম্পন।পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে নিলম্বন কৰা হৈছে পাণ্ডেক।ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত নিলম্বিত অধ্যাপকগৰাকী।দীৰ্ঘদিনে সামাজিক মাধ্যমত ছাত্ৰীক অশ্লীল মেছেজ দিছিল অধ্যাপক গৰাকীয়ে।হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডে।

Read more

ধেমাজিত হোৱা কেবিনেট বৈঠক সমাপ্ত।বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ প্ৰকাশ কৰে৷

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আজিলৈ অ’বিচি চাৰ্টিফিকেটসমূহ অ’বিচি ব’ৰ্ডে ইমানদিনে দি আছে।অ’বিচিৰ চাৰ্টিফিকেট যাতে জনগোষ্ঠীটোৰ ব’ৰ্ডে দিব পাৰে তাৰ ব্যৱস্থা হাতত লোৱা হৈছে।ধেমাজি জিলাত দুটা ট্ৰাইবেল বেল্ট আৰু ব্ল’ক আছে।এই দুয়োটা ট্ৰাইবেল বেল্ট এণ্ড ব্ল’কত এতিয়াৰে পৰা…

Read more

APDCL নিযুক্তি কেলেংকাৰীৰে জড়িত ৩ জনক CM Vigilance তলব

CM Vigilance ৰ কাৰ্যালয়ত অধীক্ষক ৰ'জি কলিতাই হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পাছতেই উপস্থিত হয় APDCL ৰ বিষয়া। নিযুক্তি কমিটিৰ সদস্য ডেইজিম হাজৰিকা আৰু সঞ্জয় ভৌমিক। বিষয়া দুয়োজনক ৫ ঘন্টা ধৰি জেৰা অব্যাহত ৰাখিছে CM Vigilence য়ে। বিষয়া দুয়োজনৰ বিৰুদ্ধে APDCLৰ…

Read more

গুৱাহাটীৰ পৰা কোচবিহাৰ অভিমুখী যাত্ৰীবাহী বাছত গানজ্জা

ধুবুৰী জিলাৰ তাৰঘাটত আৰক্ষীৰ অভিযান। অভিযানত গুৱাহাটীৰ পৰা কোচবিহাৰ অভিমুখী যাত্ৰীবাহী বাছ ত জব্দ বৃহৎ পৰিমাণৰ গানজ্জা। AS15 C2153 নম্বৰ বাছখনত চলিছিল অভিযান। ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজি ৰাণী শৰ্মা ৰ নেতৃত্ব ত এই অভিযান। বৰ্তমানো আৰক্ষীৰ অভিযান অব্যাহত।

Read more

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা। কম্পাৰ্টমেণ্টেল পৰীক্ষা বাহাল ৰখাৰ নিৰ্দেশ। পূৰ্বৰ দৰে বাহাল থাকিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। ৪৭/২০২১ নম্বৰ PIL ৰ শুনানী গ্ৰহণৰ অন্তত এই নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে অধিসূচনা জাৰি SEBA ৰ।

Read more
Back To Top