Skip to content

মাজুলীৰ পৰা অহা ভাগিনে নিশা কটালে কলাক্ষেত্ৰত

কলাক্ষেত্ৰত নিশা কটালে মাজুলীৰ পৰা অহা ভাগিনে।আউনিআটি, দক্ষিণপাট সত্ৰৰ শতাধিক শিশু, যুৱক গুৱাহাটীত। মঙলবাৰে গুৱাহাটীত উপস্থিত হৈছিল ৪৭গৰাকী ভকতো।আজি নিশা মুখ্যমন্ত্ৰীক লগ পাব মাজুলীৰ ৪৭গৰাকী ভকতে।মামাৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিবলৈ উত্‍সাহী ভাগিনসকল।আজি চিৰিয়াখানা আৰু তাৰকাগৃহ চাব মাজুলীৰ পৰা অহা…

Read more

গ্ৰাহকসকললৈ সকাহ।হ্ৰাস পালে LPGৰ মূল্য।

গ্ৰাহকসকললৈ কিছু সকাহ।কিয়নো হ্ৰাস পালে LPGৰ মূল্য।বাণিজ্য়ক গেছ চিলিণ্ডাৰৰ মূল্য় হ্ৰাস কৰিছে।প্ৰতিটো বাণিজ্য়িক গেছ চিলিণ্ডাৰত ৯১.৫টকাকৈ হ্ৰাস কৰিছে।

Read more

গুৱাহাটীত পুনৰ জব্দ হ’ল ডাগছ।

ৰাজ্যত অব্য়াহত আছে ড্ৰাগছ বিৰোধী অভিযান।গুৱাহাটীত পুনৰ জব্দ হল ড্ৰাগছ।বশিষ্ঠত জব্দ কৰা হ'ল ৫ কিলোগ্ৰাম হেৰ'ইন।এখন বাহনত কঢ়িয়াই অনা হৈছিল হেৰ'ইন খিনি।অতি কৌশলেৰে লুকুৱাই অনা হৈছিল হেৰ'ইন খিনি। ইতিমধ্যে বাহন খনৰ চালকসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Read more

জু-ৰোড তিনিআলিত নিৰ্মাণ হ’ব দুই লেনযুক্ত উৰণীয়া সেতু।

জু-ৰোড তিনিআলিত নিৰ্মাণ হ'ব দুই লেনযুক্ত উৰণীয়া সেতু।মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই শুভাৰম্ভ কৰা হ'ল নিৰ্মাণকাৰ্যৰ কাম।৭৮.৯৩ কোটি টকা ধাৰ্য কৰা হৈছে উৰণীয়া সেতুৰ বাবে।১৮ মাহত ৫৮০ মিটাৰ দৈঘ্য়ৰ ফ্লাই অভাৰ খনৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য়ৰে আৰম্ভ কৰিব নিৰ্মাণৰ কাম।নিতৌ হৈ থকা…

Read more

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩তম জন্মদিন।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ তম জন্মদিন।সকলোৱে শুভকামনা যাচিছে সকলোৰে মৰমৰ নেতা গৰাকীক।প্ৰায় সকলো ঠাইতে তেখেতৰ জন্মদিন উলহ মালহেৰে পালন কৰা হৈছে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সকলোৰে মাজত মামা হিচাপে জনাজাত।তেওঁক সকলোৱে মৰমতে মামা বুলি মাতে।মামাক জন্মদিনৰ শুভেচ্ছা…

Read more

যান-বাহনৰ পথ কৰ নিদিলে ১০,০০০ হাজাৰ টকাৰ জৰিমনা

শীঘ্ৰই পৰিশোধ কৰক যান-বাহনৰ পথ কৰ নহ'লে বাহন জব্দ কৰাৰ উপৰিও ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা।অনলাইনৰ যোগেদিও পৰিশোধ কৰিব পাৰিব এই কৰ।www.parivahan.gov.in পেজত click কৰক Online Service, vehicle Related Serviceবাছনি কৰি select কৰক ৰাজ্যৰ নাম,সন্নিবিষ্ট কৰক আপোনাৰ বাহনৰ নম্বৰ ,নম্বৰ…

Read more

১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।ধেমাজিত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।উল্লেখ্য যে, ক’ভিডৰ সংক্ৰমণৰ বাবে ৰাজ্যত অষ্টম শ্ৰেণীলৈ বন্ধ কৰি দিয়া হৈছিল শিক্ষানুষ্ঠানসমূহ।কিন্তু ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

Read more

সৰস্বতী পূজা উৎযাপনৰ ক্ষেত্ৰত নাথাকে কোনো ধৰণৰ SOP

সৰস্বতী পূজা উৎযাপনৰ ক্ষেত্ৰত নাথাকে কোনোধৰণৰ SOP।যিকোনো উৎসৱৰ আগত যিহেতু চৰকাৰে SOP জাৰি কৰে সেয়েহে ছাত্ৰ-ছাত্ৰী সকল চিন্তাত পৰা দেখা গৈছিল।স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে সৰস্বতী পূজাত নাথাকে কোনো ধৰণৰ SOP।চৰকাৰে যি সমূহ নিয়ম ইতিমধ্যে বান্ধি দিছে সেই…

Read more

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপজা দিন

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপজা দিন।সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণেৰে বিষ্ণুৰাভালৈ শ্ৰদ্ধাৰ্ঘ নিবেদন লগতে গীতে মাতে মুখৰ হৈ পৰিল কলাগুৰু বিষ্ণুৰাভাৰ সমাধিস্থলী।কলিবাৰীস্থিত বাসগৃহত লেখিকা সমাৰোহৰ উদ্যোগত জন্মদিন পালন কৰে।

Read more

১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন

১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। তেখেতৰ জন্মদিন উপলক্ষে জালুকবাৰী সমষ্টিত ব্যাপক উছাহ উদ্দীপনা।তিনিদিনীয়াকৈ পাণ্ডু-মালিগাঁৱৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰিব। ইতিমধ্যে বিভিন্ন ৰঙী লাইট, বেনাৰ-পোষ্টাৰৰে সজোৱা হৈছে অঞ্চলটো। মুখ্যমন্ত্ৰীৰ জন্মদিনটোৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লৈছে…

Read more
Back To Top