বৃহস্পতি বাৰে সদনত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন৷
বিধানসভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থ দিনা গৃহিত হয় গো- সুৰক্ষা আইনখন৷ এই আইনখনৰ জৰিয়তে গো-হত্যা ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷ বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো-সৰবৰাহ বন্ধ কৰিব এই আইনে। অবৈধ গো-সৰবৰাহ কৰা বাহনৰ মালিকেও শাস্তি পাব লগতে জব্দকৃত বাহন নিলাম…