গুৱাহাটীত নিশা আৰক্ষীৰ ড্ৰাগ্ছ বিৰোধী অভিযান।
বশিষ্ঠ আৰক্ষীয়ে ৪৯টা পেকেটত মুঠ ১০ হাজাৰ নিষিদ্ধ টেবলেট জব্দ কৰে।মণিপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল টেবলেটখিনি।ড্ৰাগ্ছ সৰবৰাহত অভিযুক্ত জামাল আলীলৈ আৰক্ষীৰ গুলী।ভৰিত গুলী লাগে আলীৰ।GMCHত চিকিৎসাধীন জামাল।