skip to Main Content

আজি মিচিং সকলৰ পবিত্ৰ উৎসৱ আলি আয়ে লিগাং।

আজি ভূমি পুত্ৰ মিচিং সকলৰ পবিত্ৰ উৎসৱ আলি আয়ে লিগাং।প্ৰত্যেক বছৰৰ দৰে এইবছৰো খুব ওলহ মালহেৰে পালন কৰিছে আলি আয়ে লিগাং।এই উৎসৱটো মূলত কৃষিৰ লগত জড়িত।

Read More

দেশৰ প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ীৰ দেহাৱসান

দেশৰ প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ী আৰু নাই।ক'ভিড ৰোগত আক্ৰান্ত হৈ আছিল বাপ্পী লাহিড়ী।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯বছৰ।মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰসিদ্ধ সংগীত শিল্পী গৰাকী।বাপ্পী লাহিড়ীৰ প্ৰকৃত নাম হৈছে আলোকেশ লাহিড়ী।

Read More

৭২ সংখ্যক বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে ‘চেমখৰ’।

দেশ তথা ৰাজ্যলৈ সুনাম কঢ়িয়ালে অসমীয়া চলচ্চিত্ৰ 'চেমখৰ'-এ। ৭২ সংখ্যক বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে 'চেমখৰ'। ১২ ফেব্ৰুৱাৰীৰ নিশা ৯ বজাত প্ৰথমবাৰৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব চেমখৰ। ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৫.৩০ বজাত দ্বিতীয় বাৰৰ বাবে প্ৰদৰ্শিত হ'ব চলচ্চিত্ৰখন।…

Read More

বিগ বছ ১৫ ৰ খিতাপ অর্জন কৰিলে তেজস্বী প্ৰকাশে

তেজস্বী প্ৰকাশে দখল কৰিলে বিগ বছ ১৫ ৰ খিতাপ। বিগ বছ ১৫ ৰ এই ছিজনৰ বিজয়ী হয় তেজস্বী। শ্ব’ৰ হোষ্ট ছলমান খানে বিজয়ী আৰু প্ৰাইজমানি ঘোষণা কৰে দেওবাৰে। তেজস্বী এই ছিজনৰ চূড়ান্ত বিজয়ী হোৱাৰ লগতে প্ৰথম ৰানাৰআপ হয় প্ৰতীক সহজপাল…

Read More

ক’ভিডত আক্ৰান্ত হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী কাজল।

এজনৰ পিছত আনজন আক্ৰান্ত হৈছে ক'ভিডত।ইতিমধ্যে বহুতৰে দেহত ধৰা পৰিছে ক'ভিড-১৯।এইবাৰ ক'ভিডত আক্ৰান্ত হ'ল বলিউডতৰ মোহময়ী অভিনেত্ৰী কাজল। তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে ক'ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাই।

Read More

মাতৃত্ব অর্জন কৰিলে প্ৰিয়ংকা চোপ্ৰাই

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ ৰ ঘৰলৈ আহিল সন্তান। প্ৰিয়ংকাই কালি নিশা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে পিতৃ-মাতৃ হোৱাৰ খবৰ। বিবাহৰ ৩ বছৰ পিছত তেওঁলোকৰ ঘৰত জন্মিল সন্তান। প্ৰিয়ংকাই এগৰাকী মাতৃ হ'বলৈ পাই যথেষ্ট সুখী বুলি জনায় অনুৰাগীকক। খবৰ অনুসৰি,…

Read More

কথক সম্ৰাটৰ পণ্ডিত বিৰজু মহাৰাজ আৰু নাই

কথক সম্ৰাটৰ পণ্ডিত বিৰজু মহাৰাজ আৰু নাই। নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিৰজু মহাৰাজৰ। ৮৩ বছৰ বয়সত মৃত্যু হয় বিৰজু মহাৰাজৰ। কথক সম্ৰাট গৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছত কথক প্ৰেমী আৰু বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে। মাধুৰী দীক্ষিতৰ…

Read More

ITA Machkhuaত অনুষ্ঠিত হয় Mr And Miss IDEAL Face Of Guwahati

এক সুন্দৰ পৰিৱেশত ITA Machkhuaত অনুষ্ঠিত হয় Mr And Miss IDEAL Face Of Guwahati।সম্পূৰ্ণ অনুষ্ঠানটো Organished কৰে Team Morning Star।অনুষ্ঠানটোৰ আঁত ধৰে জয়দ্বীপ ৰূপ চৌধুৰীয়ে। Mr IDEAL Face Of Guwahati সন্মান লাভ কৰে অমিত সিং আৰু Miss IDEAL Face Of…

Read More

বছৰৰ আৰম্ভনিতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অভিনেতা আদিল হুছেইনে।

অভিনেতা আদিল হুছেইনে ফৰ্বছ এ ২০২১ বৰ্ষৰ বাবে হিন্দী চিনেমা উদ্যোগৰ ৮টা অসামাণ্য প্ৰদৰ্শনৰ অসাধাৰণ অভিনেতাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।আদিল হুছেইনে চিনেমা "বেল বটম''ত কৰা অনবদ্য অভিনয়ৰ বাবে তালিকাত স্থান পাবলৈ সক্ষম হৈছে।আদিল হুছেইনে "বেল বটম''ত ভাৰতীয়…

Read More

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ দুখনকৈ ছবি

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ দুখনকৈ ছবি। বছৰটোৰ মাজভাগত ছবিগৃহলৈ আহিব ৰাজনীতি। ৰাজনীতিত জুবিন গাৰ্গৰ লগতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া, বিশিষ্ট অভিনেতা তপন দাস, মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে।সেইদৰে বছৰৰ শেষৰ ফালে ছবিগৃহলৈ আহিব জুবিন গাৰ্গ অভিনীত বহু…

Read More
Back To Top